ETV Bharat / state

কোকৰাঝাৰৰ ডাইনীকাণ্ডৰ লগত জড়িত 6 জনক গ্ৰেপ্তাৰ

author img

By

Published : Aug 10, 2019, 10:39 PM IST

কোকৰাঝাৰত আৰক্ষীয়ে ডাইনীকাণ্ডৰ লগত জড়িতৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

ডাইনীকাণ্ডৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ
  • কোকৰাঝাৰত ডাইনীকাণ্ডৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৰণ ৰাভা, নিতাই ৰাভা, মাৰুণ ৰাভা, ৰাঙগৰ ৰাভা,পগুৰ ৰাভা আৰু ৰামেশ্বৰ ৰাভা
  • ধৃত লোক কেইজনে জোৰনাগ্ৰা গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালক ডাইনীৰ সন্দেহত গাঁও এৰি যাবলৈ নিৰ্দেশ দিছিল
  • ইতিমধ্যে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে

Intro:কোকৰাঝাৰ জিলাৰ জোৰনাগ্ৰা গাঁওৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালক ডাইনী সন্দেহত সৃষ্টি কৰা ডাইনীকাণ্ডত জৰিত ছয়জনক আজি কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Body:যোৱাকালি জোৰনাগ্ৰা গাওঁৰ বাসিন্দা ভদ্ৰেশ্বৰ ৰাভাৰ ডাইনী কাণ্ডৰ ওপৰত তদন্ত চলাই কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত হল ক্ৰমে উক্ত গাঁওখনৰ গাওঁবুঢ়া কৰণ ৰাভা (65), নিতাই ৰাভা (48), মাৰুণ ৰাভা (42), ৰাঙগৰ ৰাভা (30), পগুৰ ৰাভা (65) আৰু ৰামেশ্বৰ ৰাভা ( 30)। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে গোচৰ নং 382/2019,US 4(i) (ii) /7/9(ii)/10/11 The Assam witch hunting (prohibition prevention & protection act 2015) ৰুজু কৰি জেলহাজোত প্ৰেৰণ কৰিছে।

Conclusion:উল্লেখযোগ্যযে উক্ত বাসিন্দা ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালৰ সদস্যসহ এসপ্তাহৰ ভিতৰত ডাইনী সন্দেহ কৰি গাঁও ত্যাক কৰাবলৈ নিৰ্দেশ দিছিল গাঁওবাসীয়ে। জাৰবাবে কোকৰাঝাৰ ব্যাপক চাঞ্চলৈৰ সৃষ্টি হৈছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.