ETV Bharat / state

কোকৰাঝাৰত পথ দুৰ্ঘটনা, নিহত 1

এখন তীব্ৰ বেগী আলট্ৰা বাছৰ খুন্দাত থিতাতে সমনি বাসুমতাৰী নামৰ যুৱক এজনৰ মৃত্যু হয় ৷

কোকৰাঝাৰত পথ দুৰ্ঘটনা
author img

By

Published : May 6, 2019, 9:34 AM IST

কোকৰাঝাৰ , 06 মে': কোকৰাঝাৰ চহৰৰ অভাৰ ব্ৰীজৰ কাষত দেওবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰ বেগী আলট্ৰা বাছৰ খুন্দাত থিতাতে মৃত্যু হয় এজন যুৱকৰ ৷

কোকৰাঝাৰত পথ দুৰ্ঘটনা
মৃত যুৱকজন কোকৰাঝাৰ চহৰস্থিত গৌৰাং ভেলি হোটেলৰ শক্তি বিভাগত কৰ্মৰত সমনি বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে ৷ যোৱা নিশা বসুমতাৰীয়ে নিজৰ কৰ্ম শেষ কৰি AS-16G-3733 নম্বৰৰ স্কুটী এখনৰে বাঠিপৰাস্থিত ঘৰলৈ আহি থকা অৱস্থাত এখন AS-07C-8196 নম্বৰৰ আল্ট্ৰাৰ স'তে মুখামুখী সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাৰ ফলত থিতাতে যুৱকজনৰ মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালক আৰু বাচখন জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

Intro:কোকৰাঝাৰ চহৰত ভয়ানক পথ দুৰ্ঘটনাত নিহত এক।

কোকৰাঝাৰ চহৰৰ অভাৰ ব্ৰীজ নিছে কাষতে যোৱা নিশা প্ৰায় 8 মান বজাত তীব্ৰ বেগী আলট্ৰা বাছৰ খুন্দাত এজন যুগগৰ থিতাতে মৃত্যু হৈ।

Body:
জানিব পৰা মতে সমনি বাসুমতাৰী (36) য়ে  কোকৰাঝাৰ চহৰত থকা গৌৰাং ভেলি হোটেলত এলেকত্ৰিকেল ভিভাগত কৰ্মত আছিল আৰু হনদা

 দিঅ (AS_ 16_G 3733) এছকটি সৈতে কৰ্ম খেক কৰি নিজৰ ঘৰ বাঠিপৰাত গৈ থাকোতে আলট্ৰা বাসে (AS_07C_8196) আগৰ পৰা  সংঘৰ্ষ কৰে যাৰ বাবে থিতাতে মৃত্যু সাৱটিবলগা হয়, আৰু এছকটি খন সম্পূৰ্ণ টচ টচ হৈ যায়।

Conclusion:কোকৰাঝাৰ পুলিচ ড্ৰাইভাৰ আৰু বাচক নিজা জিন্মত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.