ETV Bharat / state

এনটিপিচি বঙাইগাঁৱত ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন - এনটিপিচিৰ পূৰ্বোত্তৰ এলেকাৰ হেডকোৰ্টাৰ

যিটো যন্ত্ৰই ৰে'ল এখনে পিছুওৱাৰ সময়ত ৰঙা পোহৰৰ বিচ্ছুৰণ আৰু চাইৰেনযুক্ত হ’ব বুলি বুধবাৰে এনটিপিচিয়ে এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে । ৰে'লগাড়ী পিছুওৱাৰ ক্ষেত্ৰত পৰ্টেবল এলাৰ্ট চিষ্টেমৰ উদ্ভাৱন এনটিপিচিৰ পূৰ্বোত্তৰ এলেকাৰ হেডকোৱাৰ্টাৰ (দুই) ভিতৰত এয়াই সৰ্বপ্ৰথম বুলি জানিব পৰা গৈছে ।

এনটিপিচি বঙাইগাঁৱৰ ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন

author img

By

Published : Jan 6, 2021, 10:15 PM IST

কোকৰাঝাৰ,৬ জানুৱাৰী : কোকৰাঝাৰ জিলাৰ ছালাকাটিত থকা এনটিপিচিৰ বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্পত কয়লা সৰবৰাহৰ বাবে ইমানদিনে দুৰ্ঘটনা ঘটাৰ আশংকা থকা সত্বেও ৰে'ল এখনে পিছুৱাই (reverse ) কাৰ্য সম্পাদন কৰিব লগা হৈছিল । অৱশেষত ছালাকাটিত থকা এনটিপিচিৰ বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্পই ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ৷

এনটিপিচি বঙাইগাঁৱৰ ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন
এনটিপিচি বঙাইগাঁৱৰ ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন

যিটো যন্ত্ৰই ৰে'ল এখনে পিছুওৱাৰ সময়ত ৰঙা পোহৰৰ বিচ্ছুৰণ আৰু চাইৰেনযুক্ত হ’ব বুলি বুধবাৰে এনটিপিচিয়ে এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে । ৰে'লগাড়ী পিছুওৱাৰ ক্ষেত্ৰত পৰ্টেবল এলাৰ্ট চিষ্টেমৰ উদ্ভাৱন এনটিপিচিৰ পূৰ্বোত্তৰ এলেকাৰ হেডকোৱাৰ্টাৰ (দুই) ভিতৰত এয়াই সৰ্বপ্ৰথম বুলি জানিব পৰা গৈছে । বুধবাৰে তাৰবিহীন, ৰিমটচালিত পৰ্টেবল এলাৰ্ট চিষ্টেমৰ আনুষ্ঠানিকভাৱে উদ্ভোধন কৰে এনটিপিচি, বঙাইগাঁওৰ মুখ্য সাধাৰণ প্ৰৱন্ধক সুব্ৰত মণ্ডলে । উক্ত অনুষ্ঠানত সাধাৰণ প্ৰৱন্ধক (এম) ৰমাকান্ত পাণ্ডা, সহকাৰী সাধাৰণ প্ৰৱন্ধক অজয় কুমাৰ দত্ত আদিকে ধৰি বহু বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক : বিজেপিৰ সভাৰ বাবে বন্ধ হ'ল তিনিখনকৈ বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.