ETV Bharat / state

গৌতম দেৱ শৰ্মালৈ কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় সন্মান

author img

By

Published : Sep 6, 2020, 5:31 AM IST

কোকৰাঝাৰ জিলা উপায়ুক্তৰ পৰা গৌতম দেৱ শৰ্মাই ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ মানপত্ৰ গ্ৰহণ কৰে ৷ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক গৌতম দেৱ শৰ্মাৰ সফলতাত সকলোৱে আনন্দ প্ৰকাশ কৰিছে ।

National teacher award
গৌতম দেৱ শৰ্মালৈ কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় সন্মান

কোকৰাঝাৰ, 5 ছেপ্টেম্বৰ : কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক গৌতম দেৱ শৰ্মালৈ কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা ৷ কোকৰাঝাৰ জিলা উপায়ুক্তৰ পৰা গৌতম দেৱ শৰ্মাই ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ মানপত্ৰ গ্ৰহণ কৰে ৷

ক’ভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত ভিডিঅ' কনফাৰেঞ্চ যোগে হোৱা উক্ত অনুষ্ঠানৰ পাচতে গৌতম দেৱ শৰ্মাই কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ মানপত্ৰ গ্ৰহণ কৰে । কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক গৌতম দেৱ শৰ্মাৰ সফলতাত সকলোৱে আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : শিক্ষক দিৱসৰ দিনাই উপেক্ষিত একাংশ শিক্ষাগুৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.