ETV Bharat / state

এন ডি এফ বি ৰ গৃহসচিব সহ পাঁচ সদস্যক ভাৰত চৰকাৰক অৰ্পণ ম্যানমাৰ চৰকাৰৰ

author img

By

Published : May 16, 2020, 7:15 PM IST

অসমৰ বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ পাঁচ সদস্যক শুকুৰবাৰে ম্যানমাৰ চৰকাৰে ভাৰত চৰকাৰৰ হাতত গতাই দিয়ে । শুকুৰবাৰে ম্যানমাৰ চৰকাৰে এখন বিশেষ বিমান যোগে মণিপুৰৰ ইম্ফললৈ আনি ভাৰত চৰকাৰৰ হাতত গতাই দিয়ে ।

myanmar-govt-realise-ndfb-mambers
এন ডি এফ বি ৰ গৃহসচিব সহ পাঁচ সদস্যক ভাৰত চৰকাৰক অৰ্পণ ম্যানমাৰ চৰকাৰৰ

কোকৰাঝাৰ, 16 মে' : 2018 চনত ম্যানমাৰ আৰ্মীৰ হাতত গ্ৰেপ্তাৰ হৈ ম্যানমাৰৰ কান্তি কাৰাগাৰত বন্দী হৈ থকা এন ডি এফ বি ৰ গৃহসচিব সহ পাঁচ সদস্যক ভাৰত চৰকাৰক অৰ্পণ কৰিছে ম্যানমাৰ চৰকাৰে ৷ অসমৰ বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ পাঁচ সদস্যক শুকুৰবাৰে ম্যানমাৰ চৰকাৰে ভাৰত চৰকাৰৰ হাতত গতাই দিয়ে । এন ডি এফ বিৰ পাঁচ সদস্য ক্ৰমে:- গৃহসচিব বি. ৰেবগণ, বি. চাৰণঠাই, বি. গামোচা, বি. সৌৰজিছুলা আৰু সুকুমাৰ বাসুমতাৰী ।
শুকুৰবাৰে ম্যানমাৰ চৰকাৰে এখন বিশেষ বিমান যোগে মণিপুৰৰ ইম্ফললৈ আনি ভাৰত চৰকাৰৰ হাতত গতাই দিয়ে ।

ম্যানমাৰ চৰকাৰে ভাৰত চৰকাৰক অৰ্পণ কৰা বন্দী সকলৰ ভিতৰত আছিল মণিপুৰৰ পাঁচ বিদ্ৰোহী সংগঠনৰ সদস্যও । এন ডি এফ বিৰ পাঁচ সদস্যক শনিবাৰে গুৱাহাটীলৈ আনি অসম চৰকাৰে নিজৰ জিম্মাত লৈ কোৱাৰাইন্টাইন কেন্দ্ৰত ৰাখিছে বুলিও এক বিশেষ সূত্ৰই জানিবলৈ দিছে ।

লগতে পঢ়ক : লকডাউনৰ বাবে ভয়ংকৰ অৰ্থ সংকটত বটদ্ৰবাৰ সহস্ৰাধিক শিপিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.