ETV Bharat / state

কোকৰাঝাৰত 'আত্মসহায়ক গোটৰ প্ৰদৰ্শনী' অনুষ্ঠানৰ শুভাৰম্ভণী

কোকৰাঝাৰ জিলাৰ পাঁচটা উন্নয়ন খণ্ডৰ অধীনত থকা মহিলা আত্মসহায়ক গোটসমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন মুকলি বজাৰ গঢ়াৰ লক্ষ্যৰে তিনিদিনীয়া কাৰ্যসূচীৰ 'আত্মসহায়ক গোটৰ প্ৰদৰ্শনী'ৰ শুভাৰম্ভ কৰা হয় ৷

কোকৰাঝাৰত 'আত্মসহায়ক গোটৰ প্ৰদৰ্শনী' অনুষ্ঠানৰ শুভাৰম্ভ
author img

By

Published : Oct 6, 2019, 4:38 AM IST

Updated : Oct 6, 2019, 9:40 AM IST

কোকৰাঝাৰ, 5 অক্টোবৰ : কোকৰাঝাৰ জিলাৰ পাঁচটা উন্নয়ন খণ্ডৰ অধীনত থকা মহিলা আত্মাসহায়ক গোট সমূহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ বাবে এখন মুকলি বজাৰ গঢ়াৰ লক্ষ্যৰে কোকৰাঝাৰ চহৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে 'আত্মসহায়ক গোটৰ প্ৰদৰ্শনী'। এই উপলক্ষে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিবলৈ অহা আত্মসহায়ক গোটৰ প্ৰদৰ্শনী অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে । জিলাখনৰ পাঁচটা উন্নয়ন খণ্ডৰ পৰা অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে অহা আত্মসহায়ক গোটসমূহৰ 40 খন বিপণী প্ৰদৰ্শনীত দেখা যায় ।

কোকৰাঝাৰত 'আত্মসহায়ক গোটৰ প্ৰদৰ্শনী' অনুষ্ঠানৰ শুভাৰম্ভ

অনুষ্ঠানটোৰ আজিৰ মুকলি সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডিআৰডিএৰ প্ৰকল্প প্ৰৱন্ধক ভাস্কৰ্যয়তী মহন্তই । মহন্তই বিশেষকৈ মহিলা আত্মসহায়ক গোটবোৰক চৰকাৰী সা-সুবিধাৰে সজাগতা অনাৰ এটা প্ৰয়াস চলোৱা হৈছে বুলি উল্লেখ কৰে । লগতে তেওঁ আত্মসহায়ক গোটসমূহক অৱগত কৰে যে, স্বাৱলম্বিতাৰ বাবে চৰকাৰে থলুৱা উদ্যোগ নিৰ্মাণৰ ক্ষেত্ৰত বহু আঁচনি আনিছে । উক্ত প্রদর্শনীত মহিলা আত্মসহায়ক গোটসমূহে নিজ নিজ থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰি উলিওৱা সামগ্ৰীবোৰ প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে, কোকৰাঝাৰ জিলাত এতিয়ালৈ 75 আত্মসহায়ক গোট গঠন কৰা হৈছে আৰু সকলোবোৰ গোটে সক্ৰিয়ভাৱে কাম কৰি আছে ৷

Intro:কোকৰাঝাৰ জিলাৰ পাঁচটা উন্নয়ন খণ্ডৰ অধীনত থকা মহিলা আত্মাসহায় গোট সমূহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে উৎপাদিত সমগ্ৰীৰ বাবে এখন মকুলি বজাৰ গড় লক্ষ্যৰে কোকৰাঝাৰ চহৰত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে "আত্মাসহায় গোটৰ প্ৰদৰ্শনী" আৰম্ভ হৈছে।

Body:এই উপলক্ষে জিলা বিভিন্ন প্ৰান্তৰ প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিবলৈ অহা বিপনীৰ প্ৰদৰ্শনীক ক্ষোভৰম্ভ কৰে কোকৰাঝাৰ জিলাৰ উপাইক্ত পাৰ্থ প্রতিম মুজুমদাৰে। জিলাৰ পাঁচটা উন্নয়ন খণ্ডৰ পৰা প্ৰায় 40 তা বিপনীয়ে অংশগ্ৰহণ কৰে।

এই উপলক্ষে আয়োজিত আজিৰ মুকলিলি সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে ডিআৰডিএ ৰ প্ৰকল্প প্প্ৰবন্ধক ভাস্কৰ্যয়তী মহন্তই। মহন্তই বিষেককৈ মহিলা আত্মাসহায় গোট বোৰক চৰকাৰী সাসুবিধাৰে সজাগতা অনাৰ এটা প্ৰয়াস চলোৱা হৈছে বুলি উল্লেখ কৰে। স্বাৱলম্বীতাৰ বাবে চৰকাৰে থলুৱা উধ্যাগ নিৰ্মাণৰ ক্ষেত্ৰত বহু আঁচনি আনিছে।

Conclusion:উক্ত প্রদর্শনীৰ মহিলা আত্মাসহায়ক গোটে নিজ নিজ থুলুৱা পদূধিৰে নিৰ্মান কৰি উলিওৱা সামগ্ৰীবোৰক দেখুৱাই।
Last Updated : Oct 6, 2019, 9:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.