ETV Bharat / state

চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত কোকৰাঝাৰৰ বিদ্যালয়ৰ সাফল্য - পৰিক্ষাৰ্থী

বিদ্যালয়খনৰ অধ্যক্ষ পি কে সূত্ৰধৰে জনোৱা অনুসৰি বিদ্যালয়খনৰ পৰা এইবেলি মুঠ 38 গৰাকী পৰিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যত আনন্দ প্ৰকাশ কৰিছে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ৷

কোৰাঝাৰ ৰিয়েলিটি পাব্লিক বিদ্যালয়ৰ সাফল্য
author img

By

Published : May 7, 2019, 8:39 AM IST

কোকৰাঝাৰ , 07 মে' : সদ্যঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফলত কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক বিদ্যালয়ে এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ৷ মুঠ 9 গৰাকী পৰিক্ষাৰ্থীয়ে 90 শতাংশতকৈও অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷

Kokrajhar Reality School shines better in CBSE result

কোৰাঝাৰ ৰিয়েলিটি পাব্লিক বিদ্যালয়ৰ সাফল্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.