কোকৰাঝাৰ,2 আগষ্ট : কোকৰাঝাৰত আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত বৃহস্পতিবাৰে মাজনিশা এনডিএফবিৰ (এছ) দুৰ্ধৰ্ষ সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ৷
কোকৰাঝাৰত অস্ত্ৰসহ এন ডি এফ বি সদস্য গ্ৰেপ্তাৰ
সেনা আৰক্ষীৰ অভিযানত আটক দীপক বসুমতাৰী ওৰফে বি দৈবা ৷
কোকৰাঝাৰত অস্ত্ৰসহ এন ডি এফ বি সদস্য গ্ৰেপ্তাৰ
কোকৰাঝাৰ,2 আগষ্ট : কোকৰাঝাৰত আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত বৃহস্পতিবাৰে মাজনিশা এনডিএফবিৰ (এছ) দুৰ্ধৰ্ষ সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ৷
Intro:[] কোকৰাঝাৰত অস্ত্ৰসহ এনডিএফবিৰ দুধৰ্ষ সমস্য গ্ৰেপ্তাৰ
কোকৰাঝাৰ ২ আগষ্ট : কোকৰাঝাৰত আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত যোৱা মাজনিশা এনডিএফবিৰ (এছ) দুধৰ্ষ সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ৷
Body:অস্ত্ৰসহ গ্ৰেপ্তাৰ হোবা এনডিএফবি সদস্য গৰাকীক দীপক বসুমতাৰী ওৰফে বি দৈবাই বুলি চিনাক্ত কৰা হৈছে ৷ আটকাধীন সদস্য গৰাকীৰ কৱলৰ আৰক্ষীয়ে ৭.৬৫ এমএম পিস্তল এটা,দুই ৰাউণ্ড সজীৱ গুলীৰ উপৰিও বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে ৷ ধৃত এনডিএফবি সদস্য গৰাকী কোকৰাঝাৰ জিলাৰ বিশমূৰীৰ মাইনাও নৌগৰৰ বাসিন্দা আৰু তেওঁ ম্যানমাৰত প্ৰশিক্ষণ লৈছিল ৷ তদুপৰি ধৃত সদস্য গৰাকী এনডিএফবিৰ ৪২ নং বেটছৰ সদস্য আছিল বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিছে ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত সদস্য গৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
Conclusion: প্ৰাপ্য বাতৰি মতে যোৱা নিশা এক গোপন সুত্ৰৰ পমখেদি বিশমূৰীৰ মাইনাও নৌগৰত আৰক্ষী আৰু সেনাবাহিনীয়ে যৌথ অভিযান চলাই এনডিএফবিৰ দুধৰ্য সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰে ৷