ETV Bharat / state

ঘৰ নিৰ্মাণ কৰি থাকোতেই সংঘাত, এজন শ্ৰমিকৰ মৃত্যু - কোকৰাঝাৰ শ্ৰমিক সংঘাত বাতৰি

ঘটনা বিষম দেখি শ্ৰমিকসকলে মৃতদেহটো লুকোৱাৰ পৰিকল্পনা কৰে যদিও মৃতদেহ লুকোৱাক লৈ শ্ৰমিকৰ ভিতৰতে মতানৈক্যৰ সৃষ্টি হয়৷ পৰৱৰ্তী পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হৈ কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মনৰ নেৰ্তৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ঘৰ নিৰ্মাণ কৰি থাকোতেই সংঘাত, এজন শ্ৰমিকৰ মৃত্যু
author img

By

Published : Nov 24, 2019, 11:23 PM IST

কোকৰাঝাৰ,২৪ নৱেম্বৰঃ কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ শ্ৰমিকৰ মাজত সংঘাত৷ জিলাখনৰ সুদেমপুৰীত আজি শ্ৰমিকৰ মাজতে সংঘটিত হোৱা কাজিয়াৰ পৰিণতিত এগৰাকী শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লয় । নিহত শ্ৰমিকজনক ধুবুৰী জিলাৰ ফুলকাটাৰ বাসিন্দা ৰোশন নিলাম আলি বুলি চিনাক্ত কৰা হৈছে ।
তথ্য অনুসৰি, কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ সুদেমপুৰীৰ বাসিন্দা বিপুল মুছাহাৰীৰ ঘৰত আজি শ্ৰমিকৰ দল এটাই 'টাইলচ'ৰ কাম কৰি আছিল । কাম কৰি থাকোতেই অজ্ঞাত কাৰণত দলটোৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু কাজিয়াৰ ভয়ংকৰ পৰিণতিত ৰোশন নিলাম আলিৰ মৃত্যু হয় । ঘটনা বিষম দেখি শ্ৰমিকসকলে মৃতদেহটো লুকোৱাৰ পৰিকল্পনা কৰে যদিও মৃতদেহ লুকোৱাক লৈ শ্ৰমিকৰ ভিতৰতে মতানৈক্যৰ সৃষ্টি হয়৷ পৰৱৰ্তী পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হৈ কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মনৰ নেৰ্তৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ঘৰ নিৰ্মাণ কৰি থাকোতেই সংঘাত

ইপিনে ঘৰৰ গৰাকী বিপুল মুছাহাৰীয়ে কয় যে, তেওঁ ৰাতিপুৱা ৯ মান বজাত ঘৰৰ গেট খুলি দি বিয়লি ৪ মান বজাত পেমেণ্ট দিব আহিব বুলি কৈ ওলাই যায় । বিয়লি তিনিমান বজাত উক্ত ঘটনাৰ খবৰ লাভ কৰি মুছাহাৰীয়ে আৰক্ষীক অৱগত কৰে ।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Intro:Date; 24-11-2019.

Slug: ৰাজ্যত পুনৰ মৰেল পুলিচৰ প্ৰহাৰত মৃত্যু এজন নিৰীহ যুৱকৰ ।

দুখীক গ্ৰেপ্তাৰৰ লক্ষতে উচ্চিত ক্ষতিপূৰণৰ দাবীত ৰাইজৰ দ্বাৰা পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ।

V/O: ৰাজ্যত পুনৰ মৰেল পুলিচৰ অত্যাচাৰত প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন নিৰীহ যুৱকে। এই ঘটনা সংঘঠিত হৈছে ডুমডুমাৰ ফিল'বাৰীত । উল্লেখ্য যে,
ফিল'বাৰী ৰূপজানৰ গাড়া লাইনত মৰেল পুলিচৰ আক্ৰমণত এজন নিৰীহ যুৱক গুৰুতৰভাৱে আহত হৈছিল ৷ মৰেল পুলিচৰ অত্যাচাৰত মূমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল সুৰজ কিষাণ নামৰ যুৱকজন ৷ যুৱকজন ৪নং কাকজান গাঁৱৰ সুৰজ কিষাণ ৷ যুৱক জনক গৰু চুৰৰ সন্দেহত বুধবাৰৰ ওৰেটো নিশা মৰেল পুলিচে কৰিছিল মাৰপিট ৷ ঘটনাটো টঙানী সোণজানৰ ৰাম কৰণ চৌহানৰ চোতালত হৈছিল ৷ সুৰজে তিনিদিন ধৰি চিকিৎস্যালয়ত মৃত্যুৰ সৈতে যুজঁ দি অৱশেষত শনিবাৰে ডিব্ৰুগড় মেডিকেল কলেজত মৃত্যুবৰণ কৰে ৷ ইয়াৰ প্ৰতিবাদত ৰুপজানত ডুমডুমা-ফিল'বাৰী সংযোগী পথ অৱৰোধ কৰিছে উত্তেজিত ৰাইজে ।
দুখীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ লগতে মৃত সুৰজৰ পত্নীক আশ্রয়ৰ বাবে বাৰ বিঘা মাটিৰ সাহায্যৰ দাবীত পথ অৱৰোধ কৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় কাকজান বাসী ৰাইজে অন্যথা আৰু জংগী আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিছে। আৰক্ষীয়ে ঘটনা সম্পৰ্কে তিনিজনক আটক কৰিছে ।

Byte; স্থানীয় প্ৰতিবাদকাৰী।
Byte: DSP তিনিচুকীয়া ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date; 24-11-2019.

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.