ডিফু,1ছেপ্টেম্বৰ: অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত দেওবাৰে ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত অনুষ্ঠিত হয় এখন ফুটবল টুৰ্ণামেণ্ট ৷ ৬৮ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলত কোকৰাঝাৰ দলে বিজয়ীৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ৷ কোকৰাঝাৰে 3-1 গলত পৰাস্ত কৰে মৰিগাঁওক ৷ টুৰ্ণামেণ্টখনত মেন অব দ্যা মেছৰ সম্মান লাভ কৰে কোকৰাঝাৰৰ দলৰ ৰাকেব বসুমতাৰীয়ে ৷ খেলখন পৰিচালনা কৰে ব্ৰজেন তিমুঙে ৷
ডিফুৰ ফুটবল টুৰ্ণামেণ্টত বিজয়ীৰ মুকুট কোকৰাঝাৰ দললৈ - ক্ষীৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট
৬৮ সংখ্যক ক্ষীৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ চূডান্ত খেলৰ বিজয়ীৰ মুকুট লাভ কৰে কোকৰাঝাৰ দলে ৷ উত্তেজনাপূৰ্ণ খেলখনত কোকৰাঝাৰ দলৰ হাতত পৰাস্ত হয় মৰিগাঁও ৷

ফুটবল টুৰ্ণামেণ্টত বিজয়ী মুকুট লাভ কৰিলে কোকৰাঝাৰ দলে
ডিফু,1ছেপ্টেম্বৰ: অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত দেওবাৰে ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত অনুষ্ঠিত হয় এখন ফুটবল টুৰ্ণামেণ্ট ৷ ৬৮ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলত কোকৰাঝাৰ দলে বিজয়ীৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ৷ কোকৰাঝাৰে 3-1 গলত পৰাস্ত কৰে মৰিগাঁওক ৷ টুৰ্ণামেণ্টখনত মেন অব দ্যা মেছৰ সম্মান লাভ কৰে কোকৰাঝাৰৰ দলৰ ৰাকেব বসুমতাৰীয়ে ৷ খেলখন পৰিচালনা কৰে ব্ৰজেন তিমুঙে ৷
ফুটবল টুৰ্ণামেণ্টত বিজয়ী মুকুট লাভ কৰিলে কোকৰাঝাৰ দলে
ফুটবল টুৰ্ণামেণ্টত বিজয়ী মুকুট লাভ কৰিলে কোকৰাঝাৰ দলে
Intro:৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট চূডান্ত বিজয়ী কোকৰাঝাৰ দল ৷--------------------------------- কোকৰাঝাৰৰ দলৰ হাতত মৰিগাঁও ৩---১ গ'লত পৰাস্ত-৷
*************************
ডিফু, ২৬ আগষ্ট:- অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত আজি ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলত কোকৰাঝাৰ দলে চূডান্ত বিজয়ী মুকুট পিন্ধিবলৈ সক্ষম হয় ৷ ফ্লাড লাইটৰ পোহৰত খেলোৱা আজ্ৰ চূডান্ত খেল খনৰ প্ৰথমাৰ্দ্ধৰ ২০মিনিটত মৰিগাঁও দলৰ হৈ ৰেকিব বিকাশ কোঁৱৰে কোকৰাঝাৰক প্ৰথমটো গল দিয়ে ৷ উজ্জীৱিত খেল প্ৰদৰ্শন কৰিও কোকৰাঝাৰে প্ৰথমাৰ্ধত মৰিগাঁৱৰ গ' ল পৰিশোধ কৰিব নোৱাৰিলে ৷ দ্বিতীয়াৰ্দ্ধৰ ৫৭মিনিটত কোকৰাঝাৰ দলৰ হৈ টুপু ব্ৰক্ষ্মই মৰিগাওঁ দলৰ নেটত এটা গ'ল দি সমতা স্থাপন কৰিবলৈ সক্ষম হয়, লগে লগেই ৬১মিনিটত বিপন নাৰ্জাৰীয়ে দ্বিতীয়টো গলদি কোকৰাঝাৰক ২- ১ গ' লৰ অগ্ৰগতি প্ৰাদন কৰে ৷ দ্বিতীয়াৰ্দ্ধৰ অতিৰিক্ত সময়ত কোকৰাঝাৰ দলৰহৈ পুলুঙ দৈমাৰীয়ে মৰিগাওক আনটো গ'ল দি দলক ৩- ১ গল দি চূড়ান্ত বিজয় সাব্যস্ত কৰে ৷ মৰিগাও দলে তীব্ৰ প্ৰতিদ্বন্ধিতা আগবঢ়ায়ো দলক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ৷ মেন অব দা মেছৰ সম্মান লাভ কৰে কোকৰাঝাৰৰ দলৰ ৰাকেব বসুমতাৰীয়ে ৷ খেলখন পৰিচালনা কৰে ব্ৰজেন তিমুঙ-তেওঁক লাইনত সহায় কৰে ক্ৰমে, বাজু তিচ' আৰু আৰৱিনচন কিলিঙ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে -পুষ্প ৰঞ্জন বৰুৱা ৷ চূড়ান্ত খেল আৰম্ভনিৰ পূৰ্বেই কৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ তথা কাছাৰ সভাপতি তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে' আৰু সাধাৰ পংকজ টেৰণ লগতে প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙৰ লগত খেলুৱৈ সকলক পৰিচয় কৰাই দিয়া হয় ৷
ছাইদুল ইছলাম, ডিফু ৷Body:*****--Conclusion:****---

Last Updated : Sep 2, 2019, 10:29 AM IST