- বৃহস্পতিবাৰে কোকৰাঝাৰ ৰে'ল ষ্টেচনত উদ্ধাৰ এটি 4 বছৰীয়া শিশু
- ৰে'ল আৰক্ষীয়ে ষ্টেচনত অনাই বনাই ফূৰা প্ৰত্যক্ষ কৰে শিশুটিক
- পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষীয়ে কোকৰাঝাৰ চাইল্ড লাইনক শিশুটিৰ বিষয়ে জনায়
- ৰে'ল আৰক্ষী আৰু চাইল্ড লাইনে শিশুটিক উদ্ধাৰ কৰি চি চি ডব্লিউ চিক চমজাই দিয়ে
- শিশুটিয়ে নিজকে মফিদুল বুলি পৰিচয় দিয়ে যদিও চি ডব্লিউ চিয়ে বৰ্তমানলৈ শিশুটিৰ আন কোনো ঠিকনা তথ্য উলিয়াব পৰা নাই
কোকৰাঝাৰ ৰে'ল ষ্টেচনত উদ্ধাৰ এটি 4 বছৰীয়া শিশু - kokrajhar
পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষীয়ে কোকৰাঝাৰ চাইল্ড লাইনক শিশুটিৰ বিষয়ে জনায়
কোকৰাঝাৰ
- বৃহস্পতিবাৰে কোকৰাঝাৰ ৰে'ল ষ্টেচনত উদ্ধাৰ এটি 4 বছৰীয়া শিশু
- ৰে'ল আৰক্ষীয়ে ষ্টেচনত অনাই বনাই ফূৰা প্ৰত্যক্ষ কৰে শিশুটিক
- পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষীয়ে কোকৰাঝাৰ চাইল্ড লাইনক শিশুটিৰ বিষয়ে জনায়
- ৰে'ল আৰক্ষী আৰু চাইল্ড লাইনে শিশুটিক উদ্ধাৰ কৰি চি চি ডব্লিউ চিক চমজাই দিয়ে
- শিশুটিয়ে নিজকে মফিদুল বুলি পৰিচয় দিয়ে যদিও চি ডব্লিউ চিয়ে বৰ্তমানলৈ শিশুটিৰ আন কোনো ঠিকনা তথ্য উলিয়াব পৰা নাই
Intro:কোকৰাঝাৰ ৰেল ষ্টেচনত 4 বছৰীয়া শিশু উদ্ধাৰ।
কোকৰাঝাৰ ৰেল ষ্টেচনত ৰেল আৰক্ষী সহযোগত চাইল্ডলাইণ্ডই এজন 4 বছৰীয়া শিশু উদ্ধাৰ।
Body:ষ্টেচনত অনাই বনাই দিনটো থকাক দেখি ৰেল আৰক্ষীয়ে কোকৰাঝাৰ চাইল্ডলাইণ্ডইক খবৰ জনোৱাত লৈআনি চি চি ডব্লিউ চিক আজি সমজাই দিয়ে। নিজৰ মাতৃ পিতৃৰ নাম কব নজনা শিশুই কেৱল নিজৰ নাম মফিদুল বলি জোনাই জুদিও চাইল্ডলাইণ্ড আৰু চি ডব্লিউ চিই ঠিকনা তথ্য ওলাবলৈ পৰানাই।
Conclusion:সেয়ে শিশুতটিৰ অভিভাৱকক কোকৰাঝাৰ চি ডব্লিউ চিত খবৰ লবলৈ আহ্বান জনাইছে অধ্যক্ষ মালতী ৰাণী নাৰ্জাৰীয়ে।