ETV Bharat / state

কোকৰাঝাৰত আৰম্ভ জাপানীজ এনকেফ্লাইটিছৰ টিকাকৰণ - Japanese encephalitis vaccine

কোকৰাঝাৰত আৰম্ভ জাপানীজ এনকেফ্লাইটিছৰ তিকাকৰণ । এমাহৰ ভিতৰত 6 লাখ লোকক তিকাকৰণৰ লক্ষ্য । ৰাজ্যতে জাপানীজ এনকেফ্লাইটিছ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ লৈছে ৰাজ্য স্বাস্থ্য বিভাগে ।

Japanese encephalitis vaccine started at kokrajhar
কোকৰাঝাৰত আৰম্ভ জাপানীছ এনকেফ্লাইটিছৰ তিকাকৰণ
author img

By

Published : Feb 29, 2020, 11:31 PM IST

কোকৰাঝাৰ, 29 ফেব্ৰুৱাৰী : শনিবাৰে কোকৰাঝাৰ জিলাৰ বালাজন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আনুষ্ঠানিক ভাৱে আৰম্ভ হয় জাপানীজ এনকেফ্লাইটিছৰ টিকাকৰণ । এই আঁচনি আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ডনেশ্বৰ গোৱাৰীয়ে । কোকৰাঝাৰ জিলাত 31 মাৰ্চৰ ভিতৰত 6 লাখ লোকক বিনামূলীয়াকৈ টিকাকৰণ কৰিব বুলি উক্ত সভাত জনায় এন আৰ এইচ এমৰ কাৰ্যবাহী সঞ্চালকে ৷

কোকৰাঝাৰত আৰম্ভ জাপানীছ এনকেফ্লাইটিছৰ তিকাকৰণ

উল্লেখ্য যে ৰাজ্যৰ 2019 বৰ্ষত কোকৰাঝাৰ জিলাত 14 গৰাকী লোক জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈছিল আৰু ইয়াৰে তিনি গৰাকীয়ে মৃত্যুত আঁকোৱালি লৈছিল । আনহাতে ৰাজ্যত বিগত বছৰত 633 গৰাকী লোকে জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈছিল ইয়াৰে 155 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছিল। সেয়ে ৰাজ্যৰ তিনিখন জিলাত পোন প্ৰথমে কোকৰাঝাৰ,গোৱালাপাৰা আৰু দক্ষিণ শালমৰা জিলাত টিকাকৰণৰ আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে এন এইচ অমৰ কাৰ্যবাহী সঞ্চালক এছ লক্ষ্যসমনময় ৷

আৰু পঢ়ক : বিপিএফৰ পদূলিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.