কোকৰাঝাৰ,28 মাৰ্চঃ কোকৰাঝাৰ গোসাঁইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ কচুগাঁও বন সংমণ্ডলৰ বন কৰ্মীৰ দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় চোৰাং কাঠখিনি ৷
গোসাঁইগাঁৱত জব্দ প্ৰায় 15 লাখ টকাৰ চোৰাং কাঠ - চোৰাং কাঠ
কচুগাঁও বন সংমণ্ডলৰ বন কৰ্মীৰ দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় চোৰাং কাঠখিনি
চোৰাং কাঠ
কোকৰাঝাৰ,28 মাৰ্চঃ কোকৰাঝাৰ গোসাঁইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ কচুগাঁও বন সংমণ্ডলৰ বন কৰ্মীৰ দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় চোৰাং কাঠখিনি ৷
Intro: গোসাঁইগাঁৱত বন বিভাগৰ অভিযান : পোন্ধৰ লাখ টকাৰ উপৰত চোৰাং কাঠ জব্দ:
গোসাঁইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলত কচুগাঁও বন সংমণ্ডলৰ বন কৰ্মীৰ দলে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।
Body:যোৱা সপ্তাহৰ এই অভিযানত টাটা মেজিকৰ উপৰিও বহুকেইখনমান ঠেলা জব্দ কৰা এই চোৰাং কাঠৰ মূল্য প্ৰায় পোন্ধৰ লাখ হব বুলি বনবিভাগৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইয়াৰ বেছিভাগ কাঠ শাল কাঠৰ কুণ্ডা আছিল। অসম ভুটান সীমান্তৱৰ্তী ৰাযমোনা, মইনাবাৰী, তেলীপাৰা আদি কৰি বিভিন্ন অঞ্চলত অভিযান চলায় বন বিভাগে। উক্ত চোৰাং কাঠৰ কুণ্ডা সমূহ আজি শ্ৰীৰামপুৰ আৰু গোসাঁইগাঁও বন সংমণ্ডলৰ কাৰ্যালয়ত অনা হয়। চোৰাং কাঠ বেপাৰী গোপন পথেৰে শাল কাঠ নি থকাৰ তথ্য পাই অভিযান চলায়।
Conclusion:চোৰাং কাঠ বেপাৰী যিদৰে দিনে নিশাই চোৰাং কাঠ সৰবৰাহ কৰি আহিছে ঠিক তেনেদৰে বন বিভাগে দিনে নিশাই চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।