ETV Bharat / state

শপত গ্ৰহণৰ বাবে সাজুঃ নৱ শৰণীয়া

বি টি এ ডিৰ ৰাজনীতি অসমৰ মূল ৰাজনীতিতকৈ সম্পূৰ্ণ বেলেগ ৷ বি টি এ ডিত ধৰ্মৰ ৰাজনীতি নচলে বৰঞ্চ সকলো জাতি জনগোষ্ঠী তথা বড়ো-অবড়ো ৰাইজে বি টি এ ডিৰ উন্নয়নৰ কথা চিন্তা কৰিহে ভোটদান কৰে বুলিও প্ৰকাশ কৰে শৰণীয়াই ৷

মোৰ জয় নিশ্চিত,শপত গ্ৰহণৰ বাবে মই সাজু : নৱ শৰণীয়া
author img

By

Published : May 19, 2019, 5:28 PM IST

কোকৰাঝাৰ, 19 মে' : ৰাইজে মোক সাংসদ হিচাপে বিচাৰিছে যাৰ বাবেই দ্বিতীয়বাৰৰ বাবে নিৰ্বাচন খেলিছো ৷ ফলাফলক লৈ মই কোনো ধৰণৰ চিন্তা কৰা নাই বা সংকটত ভোগা নাই । শপত গ্ৰহণ কৰিবলৈহে সাজু হৈ আছোঁ।- এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷

মোৰ জয় নিশ্চিত,শপত গ্ৰহণৰ বাবে মই সাজু : নৱ শৰণীয়া

সাংসদগৰাকীৰ মতে বি টি এ ডিৰ ৰাজনীতি অসমৰ মূল ৰাজনীতিতকৈ সম্পূৰ্ণ বেলেগ ৷ বি টি এ ডিত ধৰ্মৰ ৰাজনীতি নচলে বৰঞ্চ সকলো জাতি জনগোষ্ঠী তথা বড়ো-অবড়ো ৰাইজে বি টি এ ডিৰ উন্নয়নৰ কথা চিন্তা কৰিহে ভোটদান কৰে বুলিও প্ৰকাশ কৰে শৰণীয়াই ৷ গতিকে বি টি এ ডিত দ্বিতীয়বাৰলৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাটো নিশ্চিত বুলি আত্মবিশ্বাস ব্যক্ত কৰে নৱ শৰণীয়াই ৷

Slug _as_bak_naba_saraniya_vis1_to_vis5_7203823

"জয় নিশ্চিত 'শপত গ্ৰহণ কৰিবলৈ সাজু সাংসদ ''নৱ কুমাৰ শৰনীয়া "

Visual through FTP

   ৫ নং লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া দ্বিতীয় বাৰৰ বাবে শপত গ্ৰহণ কৰিবলৈ সাজু । ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিত  জাতি ধৰ্মৰ উৰ্ধত ৰাজনীতি চলে। ৰাইজে মোক সাংসদ হিচাপে বিচাৰিছে আৰু দ্বিতীয় বাৰৰ বাবে নিৰ্বাচন খেলিছো ফলাফলক লৈ মই কোনো ধৰণৰ চিন্তাই কৰা নাই বা  সংকটত ভোগা নাই।  শপত গ্ৰহণ কৰিবলৈ হে সাজু হৈ আছোঁ।  অসমৰ ৰাজনীতি আৰু বি টি এ ডিৰ ৰাজনীতি সম্পূৰ্ণ পৃথক। বি টি এ ডিত ধৰ্মৰ ৰাজনীতি নচলে।  সকলো জাতি জনগোষ্ঠীৰ অবড়ো ৰাইজ তথা বড়ো ৰাইজেও আমাৰ পক্ষত ভোট দিছে। বিভিন্ন সময়ত বি পি এফ আৰু ইউ পি পি এলে  অবড়ো ভোট বিভাজন কৰিবলৈ  কুট কৌশল ৰচনা কৰিছিল যদিও সেয়া বিফল হয়। বিগত সময়ত বি জে পি চৰকাৰে  একক সংখ্যা গৰিষ্ঠ  লাভ যে কৰিব সেই আশা সন্দেহ আছে। আনহাতে বি জে পি আৰু কংগ্ৰেছেও ৭-৮ খন আসন  পাম বুলি কৈছে যদিও সেয়া নিশ্চিত  নহয় বুলি তাপুৰ্য্য পূৰ্ণ  মন্তব্য কৰে। শেহতীয়া ভাৱে বি পি এফৰ সমৰ্থীত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই সংবাদ মাধ্যমক তেওঁ পৰাজয় চিকাৰ কৰি কোৱা কথাটো নৱ কুমাৰ শৰণীয়াই আগতে জানিছিল। দেওবাৰে পূৱ বাস্কাৰ  মৌজদাৰ তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী যতীন ডেকাৰ 
আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিতি থাকি সংবাদিকৰ  আগত নৱ কুমাৰ শৰনীয়াই এনেদৰে মন্তব্য কৰে।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.