ETV Bharat / state

গোসাইগাঁৱত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভা

author img

By

Published : Nov 17, 2020, 9:20 PM IST

মঙলবাৰে ঘোষণা কৰা হৈছে বিটিচি নিৰ্বাচন আৰু ফলাফল ঘোষণাৰ দিন ৷ বি টি আৰত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি অহাৰ লগে লগেই বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক নিৰ্বাচনী তৎপৰতা ৷

himanta-election-camping
গোসাইগাঁৱত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভা

গোসাইগাঁও, ১৭ নৱেম্বৰ: ক্ৰমাৎ বি টি আৰত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ ইতিমধ্যে মঙলবাৰে ঘোষণা কৰা হৈছে বিটিচি নিৰ্বাচন আৰু ফলাফল ঘোষণাৰ দিন ৷ বি টি আৰত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি অহাৰ লগে লগেই বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক নিৰ্বাচনী তৎপৰতা ৷

কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱতো মঙলবাৰে অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভা ৷ গোসাইগাঁও সদৰ চহৰৰ গোসাইগাঁও উচ্চতৰ মাধ‍্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস,ৰাজ্য চৰকাৰৰ শিক্ষা, স্বাস্থ্য, বিও মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা ৷ ৫ নং শৰাই বিল সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰীৰ হৈ এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে নেতা কেওগৰাকীয়ে ৷

লগতে পঢ়ক: নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ মৰিয়নীৰ বিভিন্ন দল সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.