ETV Bharat / state

প্লাষ্টিক বৰ্জনৰ দাবীত গোসাঁইগাঁওত বিশাল ৰেলী

author img

By

Published : Sep 22, 2019, 5:41 PM IST

প্লাষ্টিক বৰ্জনৰ দাবীত গোসাঁইগাঁও সদৰ চহৰত বিশাল শোভাযাত্ৰা ৷ উক্ত শোভাযাত্ৰাত 70 টাকৈ আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷

প্লাষ্টিক বৰ্জনৰ দাবীত গোসাঁইগাঁওত বিশাল ৰেলী

গোসাঁইগাওঁ, 22 ছেপ্টেম্বৰঃ প্লাষ্টিক বৰ্জনৰ দাবীত দেওবাৰে গোসাঁইগাওঁ পৌৰসভাৰ উদ্যোগত এক সভাগতা ৰেলী বাহিৰ কৰা হয় ৷ উক্ত শোভাযাত্ৰাৰ কাৰ্যসূচীত মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 70 টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷ গোটৰ মহিলাসকলে হাতে হাতে বিভিন্ন শ্লগান সম্বলিত প্লেকাৰ্ড লৈ প্লাষ্টিক বৰ্জনৰ সমৰ্থনত শ্লগান প্ৰদান কৰে ৷ আনহাতেদি সাংবিদকৰ সৈতে হোৱা মত-বিনিময়ত জিলা পৌৰসভাৰ সভাপতিগৰাকীয়ে সকলোকে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত অধিক সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷

Intro:Story - গোসাঁইগাঁৱত প্লাষ্টিক বর্জনৰ দাবীত বিশাল ৰেলি:: ৭০ টাকৈ আত্মসহায়ক গোটৰ অংশ গ্ৰহণ::

Feed Name :- Gossaigaon Rally Against Polithin.
Dt-22/09/19
Rpt-Biswajit choudhury, Gossaigaon

Date :- 22/9/19.
Anchore :- প্লাষ্টিক বর্জনৰ দাবীত আজি গোসাঁইগাঁও সদৰ চহৰত বিশাল ৰেলি। ৰেলিত অংশ গ্ৰহণ কৰে প্ৰায়৭০ টা মহিলা গোট।

Body:

S/O :- প্লাষ্টিক বর্জনৰ দাবীত আজি গোসাঁইগাঁও পৌৰ সভাৰ উদ্যোগত এক ৰেলি উলিওৱা হয়। গোসাঁইগাঁও সদৰ চহৰৰ পৌৰ সভাৰ পৰা গোসাঁইগাঁও ষ্টেট বেংক লৈ সমদল কৰে মহিলা সকলে।

Conclusion:। মহকুমাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০ টা মহিলা গোটে অংশ গ্ৰহণ কৰে। মহিলা সকলে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড, ফেষ্টোন লৈ প্লাষ্টিক বৰ্জন কৰক, ৰোগ মুক্ত সমাজ গঢ়ক , প্লাষ্টিক আমাৰ ক্ষতিকাৰক, প্লাষ্টিক মুক্ত হওক আদি শ্লোগান দিয়া হয়।

Byte :-পৌৰ , সভাপতি , গোসাঁইগাঁও।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.