ETV Bharat / state

ছবিগৃহত বড়ো ভাষাৰ চতুৰ্থখন ছবি 'গোখাৰ' - Gokhar in the theater

আৰ বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখন কোকৰাঝাৰ চহৰস্থিত গোল্ড চিনেমা হ'লত প্ৰদৰ্শন কৰা হয় ৷  ছবিখনৰ তিনিটাকৈ প্ৰদৰ্শনী হাউচফুল হোৱাত উৎফুল্লিত হৈ পৰিছে আৰ বি প্ৰডাকচনৰ নিৰ্মাতা ৰিয়া ব্ৰহ্ম।

ছবিগৃহত 'গোখাৰ'
author img

By

Published : Nov 10, 2019, 10:01 AM IST

কোকৰাঝাৰ, 10 অক্টোবৰঃ ৰাজ্যৰ চলচিত্ৰ জগতলৈ সু-খবৰ ৷ অসমীয়া নহয় এতিয়া বড়ো ভাষাটো নিৰ্মাণ হৈছে ছবি ৷ "গোখাৰ", শেহতীয়াকৈ কৈ মুক্তি পোৱা এইখন বড়ো ভাষাৰ ছবিয়ে বৰ্তমান যথেষ্ট চৰ্চা লাভ কৰিছে ৷ কোকৰাঝাৰত তিনিটাকৈ প্ৰদৰ্শনীৰে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি ৷ আৰ বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখন কোকৰাঝাৰ চহৰস্থিত গোল্ড চিনেমা হ'লত প্ৰদৰ্শন কৰা হয় ৷ ছবিখনৰ তিনিটাকৈ প্ৰদৰ্শনী হাউচফুল হোৱাত উৎফুল্লিত হৈ পৰিছে আৰ বি প্ৰডাকচনৰ নিৰ্মাতা ৰিয়া ব্ৰহ্ম। গোখাৰ হৈছে চৰ্তুথখন পূৰ্ণদৈঘ্যৰ বড়ো চলছিত্ৰ ৷

ছবিগৃহত 'গোখাৰ'

এক্সন , ৰোমাঞ্চ আৰু সাম্প্ৰতিক সমাজ উগ্ৰবাদ আৰু হিংসাৰ দৰে ঘটনাকলৈ নিৰ্মান কৰা হৈছে গোখাৰ ৷ গোখাৰৰ অৰ্থ হৈছে(পবিত্ৰ) ৷ ছবিখনৰ চলচিত্ৰ নিৰ্দেশক ৰাজা নাৰ্জাৰী, অভিনয় কৰিছে লিংগছাৰ নাৰ্জাৰী, পূজা মোছাহাৰী, ঠাকলাই, ৰিয়া ব্ৰহ্ম, ৰাজাশ্ৰী আৰু সুকবিৰ আদিয়ে ৷

Intro:কোকৰাঝাৰত তিনিটাকৈ শৌ প্ৰদৰ্শনীৰে দৰ্শকৰ বিপুল সহাৰি "গোখাৰ" বড়ো চলচিত্ৰ।।
অসমীয়া চলচিত্ৰ পিছত বড়ো ছবিৰ উত্তৰণ।।

কাঞ্চনজংগা, ৰত্নাকৰৰ দৰে ন অসমীয়া কথাছবিয়ে ৰাজ্যৰ চুকেকোনে অভূতপূর্ব সহাঁৰি লাভ কৰাৰ পিছতে বড়ো ছবি নিৰ্মাতা সকলেও বড়ো পূৰ্ণ দৈঘৰ চলচিত্ৰক পুনৰ জীববীত কৰি তুলিবলৈ ছুদিৰ্ষ মূৰত কোকৰাঝাৰ চহৰস্থিত গোল্ড চিনেমা হ'লত আজি আৰ বি ফিল্ম প্ৰদাকচনৰ বড়ো কথাছবি "গোখাৰ" পোন প্ৰথম বাৰৰবাবে প্ৰদৰ্শন কৰাত দৰ্শকৰ বিপুল সহাৰি লাভ কৰে। ইতিমধ্যে গোখাৰ চলচিত্ৰ আজি প্ৰথম দিনা তিনিটা শৌ প্ৰদৰ্শন হাউচফুল হোৱাত উৎফুল্লিত হৈ পৰিছে আৰ বি প্ৰডাকচনৰ নিৰ্মাতা ৰিয়া ব্ৰহ্মই।

Body:ব্ৰহ্মই আজি গোখাৰ শৌ প্ৰদৰ্শনীত অপষ্টত হৈ দৰ্শকে বড়ো ছবি গোখাৰক আকোৱালী লোৱাত দর্শকক কৃতজ্ঞতা জাহিৰ কৰে। তেওঁ অসমীয়া ছবিৰ উত্তৰণৰ দৰে মুত্য প্ৰায় বড়ো ছবিক নতুনকৈ প্ৰাণ দি চতুৰ্থটো বড়ো পূৰ্ণ দৈৰ্ঘৰ ছবি "গোখাৰ" পৰিশ্ৰমৰে নিৰ্মান কৰাত দৰ্শক ৰাইজৰ অশ্ৰীবাদ বিচাৰি কোকৰাঝাৰকে ধৰি কৈবাতাও চিনিমাগৃহত আজিৰে পৰা গোখাৰ শৌ প্ৰদৰ্শনীৰ বাবে দিয়া সদৰী কৰে।

ইতিমধ্যে কোকৰাঝাৰ চহৰস্থিত গোল্ড চিনেমা হ'লত জাতি ভাষা নিৰ্ভীককে এই বড়ো ছবিক চাবলৈ দর্শকৰ ভিৰ দিখিবলৈ পোৱা যায়।

Conclusion:এক্সন , ৰোমাঞ্চ আৰু সাম্প্ৰতিক সমাজ উগ্ৰবাদ আৰু হিংসাৰ দৰে ঘটনাকলৈ নিৰ্মান কৰা গোখাৰ (পবিত্ৰ) চলচিত্ৰৰ নিদেৰ্ষক ৰাজা নাৰ্জাৰী, অভিনেতা লিংগছাৰ নাৰ্জাৰী, অভিনেত্ৰী পূজা মোছাহাৰী ভিলাইন ঠাকলাই, কথা পংকজ লাহাৰী আৰু চৰিত্ৰত ৰিয়া ব্ৰহ্ম ৰাজাশ্ৰী আৰু সুকবিৰ অনান্যসকল।

Byte1_ ৰিয়া ব্ৰহ্ম নিৰ্মাতা...
Byte2_দৰ্শক....
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.