কোকৰাঝাৰ, 30 মে': ৰাইজৰ অভিযোগ মতে গৌৰাং নৈত বহু দিনৰ পৰা অবৈধ ভাবে বালি খননৰ বেহা চলি আহিছিল। উক্ত স্থানত বালি খননৰ বাবে ব্যৱহাৰ কৰা ৱাটাৰ পাম্প বন বিভাগে জব্দ কৰিব সক্ষম হয়।আনহাতে ৰাইজৰ অভিযোগ বন বিভাগে দেখিও ধনৰ লোভত নেদেখাৰ ভাও ধৰে, যাৰ বাবে এনেকৈ বৃদ্ধি পাবলৈ ধৰিছে বালি খননৰ বেহা ৷
কোকৰাঝাৰৰ বন বিভাগৰ অভিযান, জব্দ বালি খননৰ পাম্প মেচিন - জব্দ বালি খননৰ পাম্প মেচিন
কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা গৌৰাং নৈত বালি খননৰ ওপৰত কোকৰাঝাৰ বন বিভাগে অভিযান । অভিযানত জব্দ দুটা ৱাটাৰ পাম্প মেচিন আৰু বৃহৎ পৰিমাণৰ পাইপ
কোকৰাঝাৰৰ বন বিভাগৰ অভিযান, জব্দ বালি খননৰ পাম্প মেচিন
কোকৰাঝাৰ, 30 মে': ৰাইজৰ অভিযোগ মতে গৌৰাং নৈত বহু দিনৰ পৰা অবৈধ ভাবে বালি খননৰ বেহা চলি আহিছিল। উক্ত স্থানত বালি খননৰ বাবে ব্যৱহাৰ কৰা ৱাটাৰ পাম্প বন বিভাগে জব্দ কৰিব সক্ষম হয়।আনহাতে ৰাইজৰ অভিযোগ বন বিভাগে দেখিও ধনৰ লোভত নেদেখাৰ ভাও ধৰে, যাৰ বাবে এনেকৈ বৃদ্ধি পাবলৈ ধৰিছে বালি খননৰ বেহা ৷
Intro:ককৰাঝাৰৰ বন বিভাগৰ অভিযান, বালি খননৰ পাম্প মেচিন জব্দ।
কোকৰাঝাৰ চহৰৰ গাতে লাগিথকা গৌৰাং নৈত অভয়ত ভাবে বালি খননৰ ওপৰত আজি কোকৰাঝাৰ বন বিভাগে অভিযান চলাই। ফলত দুখন ৱাটাৰ পাম্প মেচিন আৰু বৃহৎ পৰিমাণৰ পাইপ জব্দ কৰে।
Body:ৰাজ্যৰ অভিযোগ মৰ্মে আলাওধীন পুদদাৰ নামৰ যুগগে গৌৰাং নৈত বহু দিনৰ পৰা অভয়ত ভাবে বালি খননৰ ৰম ৰমা বেহা চলাই আছিল।
উল্লেখ কৰিব লাগিবজে বালি খননৰ বাবে ৱাটাৰ পাম্প দুখন ব্যৱহাৰ কৰি আহি আছিল যাৰ ফলত আজি বন বিভাগে জব্দ কৰিব সক্ষম হয়।
Conclusion:আনফালে ৰাইজে সাংবাদিকৰ আগত অভিযোগ কৰা মতে বন ভিভাগে দেখিও ধনৰ লোভত নেদেখা ভাও জুৰি থাকে, যাৰ কাৰণে এনেকৈ দিনে ৰাতিয়ে বালি খননৰ ৰম ৰমা বেহা বৃদ্ধি পাইছে।