ETV Bharat / state

কোকৰাঝাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 15, 2021, 6:49 PM IST

কোকৰাঝাৰ জিলাৰ বাংগালডোবাৰ বিবিআই ইটা ভাটাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো বঙাইগাঁও জিলাৰ জাৰাগুৰীৰ আয়ুৱ আলিৰ হিচাপে চিনাক্ত কৰা হৈছে ।

deadbody-recovered
কোকৰাঝাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

কোকৰাঝাৰ, 15 ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ বাংগালডোবাৰ বিবিআই ইটা ভাটাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো বঙাইগাঁও জিলাৰ জাৰাগুৰীৰ আয়ুৱ আলিৰ হিচাপে চিনাক্ত কৰা হৈছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ।

উক্ত এজাহাৰৰ ভিত্তিতে কোকৰাঝাৰ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইপিনে মৃতকৰ পৰিয়ালৰ লোকে আয়ুৱ আলীক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ এতিয়া ঘটনাৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত হে প্ৰকৃত সত্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.