ETV Bharat / state

শ্ৰীৰামপুৰত চিআৰপিএফৰ জোৱানৰ ৰহস্যজনক আত্মহত্যা

কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তৱৰ্তী গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ কম্পজিট গেটৰ ভিতৰত থকা অস্থায়ী শিবিৰত বুধবাৰে পুৱা এজন চিআৰপিএফ জোৱানৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।আত্মহত্যা কৰা জোৱান জনক শ্ৰীৰামপুৰত থকা G129NB বাহিনীৰ জয়মাল খান বুলি চিনাক্ত কৰা হৈছে ।

শ্ৰীৰামপুৰত চিআৰপিএফৰ জোৱানৰ ৰহস্যজনক আত্মহত্যা
শ্ৰীৰামপুৰত চিআৰপিএফৰ জোৱানৰ ৰহস্যজনক আত্মহত্যা
author img

By

Published : Mar 31, 2021, 2:56 PM IST

কোকৰাঝাৰ ৩১ মাৰ্চ: কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তৱৰ্তী গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ কম্পজিট গেটৰ ভিতৰত থকা অস্থায়ী শিবিৰত বুধবাৰে পুৱা এজন চি আৰ পি এফ জোৱানৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আত্মহত্যা কৰা জোৱান জনক শ্ৰীৰামপুৰত থকা G129NB বাহিনীৰ জয়মাল খান বুলি চিনাক্ত কৰা হৈছে ।

শ্ৰীৰামপুৰত চিআৰপিএফৰ জোৱানৰ ৰহস্যজনক আত্মহত্যা
শ্ৰীৰামপুৰত চিআৰপিএফৰ জোৱানৰ ৰহস্যজনক আত্মহত্যা

জোৱানজনে আত্মহত্যা কৰা বুলি বিষয়াই প্ৰকাশ কৰে যদিও ইয়াক লৈ সন্দেহ সৃষ্টি হৈছে । প্ৰকৃততে এয়া আত্মহত্যা নে হত্যা সেয়া স্পষ্ট হোৱা নাই।

জানিব পৰা মতে, শিবিৰত থকা বাংকাৰত পহৰা দি থকা অৱস্থাত আত্মহত্যা কৰে জোৱানজনে । নিজা মাৰণাস্ত্ৰৰে মূৰত গুলীয়াই আত্মহত্যা কৰে জোৱানজনে । সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ সতীৰ্থক নিৰ্বাচনী কাম আগবঢ়াবলৈ আহ্বান লুৰিণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.