ETV Bharat / state

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ - BTR

বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ 7 ফেব্ৰুৱাৰীত বিটিআৰ উপলক্ষে উদযাপিত হ'বলগীয়া বিজয় উৎসৱৰ প্ৰস্তুতিৰ বুজ লবলৈ কোকৰাঝাৰ জাংখ্ৰীখাই পথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

কোকৰাঝাৰ
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ
author img

By

Published : Feb 5, 2020, 8:33 PM IST

কোকৰাঝাৰ, 5 ফেব্ৰুৱাৰীঃ 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ যাৰ বাবে বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ

উল্লেখ্য যে, কোকৰাঝাৰ জাংখ্ৰীখাই পথাৰত অহা 7 ফেব্ৰুৱাৰীত ঐতিহাসিক তৃতীয়খন বড়ো চুক্তি বিটিআৰ উপলক্ষে উদযাপিত হ'বলগীয়া বিজয় উৎসৱত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ যাৰ বাবে হেলিকপ্টাৰেৰে বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ সমগ্ৰ পৰিৱেশৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে ৷ অহা 7 ফেব্ৰুৱাৰীৰ দিনতো ঐতিহাসিক বুলি মন্তব্য কৰি অনুষ্ঠান সফল হ'ব বুলি দৃঢ়তাৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । লগতে বড়ো জনগোষ্ঠীৰ লগতে আন জনগোষ্ঠীৰ উন্নয়ন তথা শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ভূমিকাক শলাগ লয় সোণোৱালে ৷

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, হিমন্ত বিশ্ব শৰ্মা, এবছু সভাপতি প্ৰমোদ বড়ো ৷ প্ৰধানমন্ত্ৰীৰ সভাত অকল বিপিএফ কৰ্মীৰ 5 লাখ মানুহ উপস্থিত থাকিব বুলি মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

তাৰোপৰি এবছু সভাপতি প্ৰমোদ বড়োই সকলো জাতি জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি বাৰ্তা ৰাখি সম-বিকাশ, স-মৰ্যদাৰে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰি কয়, এই দিনটো শান্তিৰ বাবে ঐতিহাসিক দিন ৷ যাৰ বাবে সকলো ৰাইজক এই বিজয় উৎসৱত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰে সভাপতি গৰাকীয়ে ।

Intro:কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ, মুখ্যমন্ত্ৰী স্থান পৰিদৰ্শন।।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 7 ফেব্ৰুৱাৰীৰ প্ৰস্তাৱিত কোকৰাঝাৰ ভ্ৰমণক লৈ মাজত মাথো এটা দিন বাকী থকা অৱস্তত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কোকৰাঝাৰ পৰিভ্ৰমণ কৰি প্ৰস্তুতি বুজ লয়।

Body:হেলিকপ্টাৰেৰে কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল জাংখ্ৰীখাই পথাৰত উপষ্টত হৈ প্ৰস্তুতিৰ বুজ লয়। উল্লেখযোগ্যযে প্ৰধানমন্ত্ৰীয়ে অহা 7 ফেব্ৰুৱাৰীত জাংখ্ৰীখাই পথাৰতঐতিহাসিক তৃতীয়খন বড়ো চুক্তি বিটিআৰ উপলক্ষে উদযাপিত হবলগীয়া বিজয় উৎসৱত উপস্থিত থাকি ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব আৰু তাৰে প্ৰস্তুতি সম্পৰ্কে তন্ন তন্ন বুজ লয়।

প্ৰণিধানযগ্য যে ইতিমধ্যে নতুন দিল্লীৰ পৰা ককৰাঝাৰত উপষ্টত হোৱা এছপিজিৰ নিৰীক্ষণৰ মাজত যুদ্ধকালীন প্ৰস্তুতিৰে সভাথিলীৰ কাষত তিনিটাকৈ অস্থায়ী হেলিপপেতৰ নিৰ্মানকাৰ্য প্রায় সম্পূৰ্ণ হৈ পৰিছে। হেলিপেতৰ পৰা মূল মঞ্চ সংযোগী পথ নিৰ্মাণ কামো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

Conclusion:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অহা 7 ফেব্ৰুৱাৰীৰ দিনতো ঐতিহাসিক বুলি মন্তব্য কৰি অনুষ্ঠান সফল হব বুলি দুৰতাৰে মত ব্যক্ত কৰে।
বড়ো জনগোষ্ঠীৰ লগতে আন জনগোষ্ঠীৰ উন্নয়ন তথা শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ভূমিকাক শলাক লয় মুখ্যমন্ত্ৰীয়ে।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰীৰ সভাত অকল বিপিএফ কৰ্মীৰ 5 লাখ মানুহ হব বুলি মন্তব্য কৰে। প্ৰায় 9 লাখ মানুহ হোৱাৰ আশাকৰিছে

এবছু সভাপতি প্ৰমোদ বড়োই সকলো জাতি জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি বাৰ্তা ৰাখি সমবিকাশ সমমৰ্যদাৰে আগবাঢ়িযাব লাগিব বুলি মন্তব্য কৰি কৈযে এই দিন শান্তিৰ বাবে ঐতিহাসিক দিন জাৰবাবে সবে ৰাইজে এই বিজয় উৎসৱত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰে।

Byte1_Sarabananda Sonwal CM Assam
Byte2_Hagrama Mohilary Chief BTC
Byte3_Pramod Boro President ABSU.

REPORTED BY_
KANAK CHANDRA BORO
KOKRAJHAR ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.