ETV Bharat / state

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী উদযাপন

author img

By

Published : Aug 20, 2020, 10:12 PM IST

প্ৰয়াত ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বি টি চিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ৷ ইয়াৰ উপৰি UPPL দলৰ নেতা তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাওগৌৰা ব্ৰহ্ম, এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, আবৌফৰ নেত্ৰীকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গই প্ৰয়াত ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Celebration of the death anniversary of Bineshwar Brahma
বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী উদযাপন

কোকৰাঝাৰ,20আগষ্টঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ ২০ সংখ্যক মৃত্যুবাৰ্ষিকী আজি উদযাপন কৰা হয় ৷ বড়ো সাহিত্য সভাৰ উদ্য়োগত কোকৰাঝাৰৰ চান্দামাৰীস্থিত প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ সমাধিস্থলীত অনুষ্ঠিত কৰা হয় মৃত্যুবাৰ্ষিকী অনুষ্ঠান ৷ মানৱতাৰ প্ৰতিনিধি হিচাপে খ্যাত শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ ২০ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আজি বিভিন্ন ঠাইত বড়ো সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰে বড়ো সাহিত্য সভাই ৷

ইপিনে, ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বি টি চিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ৷ ইয়াৰ উপৰি UPPL দলৰ নেতা তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাওগৌৰা ব্ৰহ্ম, এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, আবৌফৰ নেত্ৰীকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গই প্ৰয়াত ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ৷

আনহাতে, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মক 2000 চনৰ আজিৰ দিনটোতে দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰাৰ কথা উল্লেখ কৰি বি টি চিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে এইয়া বড়ো সমাজ আৰু সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি আছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়কঃস্বচ্ছ সৰ্বেক্ষণ 2020 ৰ তালিকাত উত্তৰ-পূৱৰ স্বচ্ছ চহৰ হিচাপে বিবেচিত যোৰহাট জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.