ETV Bharat / state

ডিচেম্বৰত অনুষ্ঠিত হ’ব বি টি চি নিৰ্বাচন

author img

By

Published : Oct 17, 2020, 8:29 AM IST

বিটিচি পৰিষদীয় নিৰ্বাচন যোৱা এপ্ৰিল মাহৰ ৪ তাৰিখত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও মহামাৰী কৰ'ণাৰ বাবে স্থগিত কৰা হৈছিল ৷ যোৱা ৭ অক্টোবৰত ৰাজ্য চৰকাৰে কেবিনেট বৈঠক যোগে নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

btc election
btc election

কোকৰাঝাৰ, 17 অক্টোবৰ : বিটিচি পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহতে হ’ব বুলি একপ্ৰকাৰ থিৰাং কৰা হৈছে ৷ অসম চৰকাৰে নিৰ্বাচন প্ৰক্ৰিয়া ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ বাবে শুকুৰবাৰে পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ ৷

btc election
ডিচেম্বৰত অনুষ্ঠিত হ’ব বি টি চি নিৰ্বাচন

বিটিচি পৰিষদিও নিৰ্বাচন যোৱা এপ্ৰিল মাহৰ ৪ তাৰিখত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও মহামাৰী কৰ'ণাৰ বাবে স্থগিত কৰা হৈছিল ৷ যোৱা ৭ অক্টোবৰত ৰাজ্য চৰকাৰে কেহবিনেট বৈঠক যোগে নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ বিপিএফ কে ধৰি বহু ৰাজনৈতিক দলে শীঘ্ৰে বিটিচি পৰিষদীয় নিৰ্বাচন অনুস্থিত কৰাৰ বাবে দাবী জনাই আহিছিল ৷ অৱশ্যে ডিচেম্বৰ মাহৰ কোন তাৰিখত অনুষ্ঠিত হ’ব সেইয়া ৰাজ্যিক নিৰ্বাচন আয়োগেহে ঠিৰাং কৰিব ৷

লগতে পঢ়ক : কাৰ্যালয়ত পৰম্পৰাগত সাজ পৰিধান কৰাৰ নিৰ্দেশ পেমা খাণ্ডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.