ETV Bharat / state

বিটিচি নিৰ্বাচন: সপত্নীক ভোটদান হাগ্ৰামা মহিলাৰীৰ

author img

By

Published : Dec 10, 2020, 11:50 AM IST

আৰম্ভ হ'ল বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কোকৰাঝাৰত সপত্নীক ভোটদান কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিত বিপুল সংখ্যক ভোটত জয়লাভ কৰিব বুলি নিশ্চিত বিপিএফ প্ৰধান গৰাকী ৷

btc chief hagrama mahilari castes his vote
সপত্নীক ভোটদান হাগ্ৰামা মহিলাৰীৰ

কোকৰাঝাৰ, 10 ডিচেম্বৰ: বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত হাগ্ৰামা মহিলাৰীৰ ভোটদান । কোকৰাঝাৰত সপত্নীক ভোটদান কৰিলে হাগ্ৰামা মহিলাৰীয়ে । 45 নং দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰে বিপিএফ প্ৰধান গৰাকীয়ে ৷

45 নং দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান হাগ্ৰামা মহিলাৰীৰ

ভোটদান কৰি মহিলাৰীৰ মন্তব্য বিটিচিত বিপিএফেই চৰকাৰ গঠন কৰিব ৷ বিটিচিৰ পৰিৱেশ অস্থিৰ কৰি তুলি হিমন্ত বিশ্ব শৰ্মাই বড়োভূমিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ হাগ্ৰামা মহিলাৰীৰ ৷

voter in queue to caste their votes
ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী

জানিব পৰা মতে বৃহস্পতিবাৰে শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: বিটিচি নিৰ্বাচনঃ ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.