ETV Bharat / state

বহিঃৰাজ্যত জোৱানৰ আত্মহত্যা : হত্যাৰ সন্দেহ পৰিয়ালৰ - ETV BHARAT

পশ্চিম বংগত শনিবাৰে নিশা অসমৰ কোকৰাঝাৰ জিলাৰ এজন বিএছএফ জোৱানে নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰে । পৰিয়ালবৰ্গই হত্যাৰ সন্দেহ কৰাৰ লগতে মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ কৰে ।

বহিৰাজ্যত জোৱানৰ আত্মহত্যা : হত্যাৰ সন্দেহ পৰিয়ালৰ
author img

By

Published : May 13, 2019, 3:27 PM IST

কোকৰাঝাৰ, ১৩ মে': অসমৰ কোকৰাঝাৰ জিলাৰ মকৰাপাৰা গাঁৱৰ বিএছএফ জোৱান এজনে পশ্চিম বংগত কৰ্মৰত অৱস্থাত নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰে । নিৰেন চন্দ্ৰ ৰায় নামৰ এই জোৱানজনৰ আত্মহত্যাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰ অঞ্চলত ।

ETV BHARAT ASSAM
বহিৰাজ্যত জোৱানৰ আত্মহত্যা : হত্যাৰ সন্দেহ পৰিয়ালৰ

বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ মৃত্যৰ খবৰ জনোৱাৰ পাছতে এইয়া হত্যা বুলিহে দাবী কৰে পৰিয়ালৰ লোকে । পৰিয়ালবৰ্গই মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ কৰাৰ লগতে পেটত গুলী লগাৰ স্পষ্ট চিন আছে বুলি দাবী কৰে । উল্লেখ্য যে, অৱসৰ ল'বলৈ কেৱল চাৰি বছৰ বাকী থকা ৰায়ৰ পৰিয়ালবৰ্গই এতিয়া তেওঁৰ পুত্ৰ প্ৰসেনজিৎ ৰায়ক চাকৰিত নিযুক্তিৰ দাবী উত্থাপন কৰিছে ।

Intro:বিএছএফ যোৱান আতমাহত্যা। পৰিয়ালে সমজি লোৱা নাই মৃত্যুদেহ।

কোকৰাঝাৰ জিলা মকৰাপাৰা গাঁওৰ বিএছএফ যোৱান বহি ৰাজ্য পশ্চিম বংগত কৰ্মৰত অৱস্থাত নিজৰ ছাৰ্বিস ৰাইফলডি আতমাহত্যা হোৱাক লৈ চানচালো সৃষ্টি কৰিছে কোকৰাঝাৰত।

Body: অসমৰ নিৰাপত্তাৰকী জোৱান কন্ষ্টেবল নিৰেন চন্দ্ৰ ৰায় পশ্চিম বংগত নিয়োজিত ৫৪ বি এন বি এছ এফত কৰ্মৰত আছিল কিন্তু যোৱা শুনিবাৰে হঠাতকৈ আতমাহত্যা হোৱা বুলি বি এছ এফ বিভাগটু খবৰ দে পৰিয়ালক। আজি মৃত্যু দে ঘৰত আহি পোৱাত পৰিয়ালৰ মতে সেয়া আত্মহত্যা নহয় হত্যাহে অভিযোগ দি মৃত্যদেহ তোক সমজি লোৱাত বিৰত থাকে। কাৰণ মৃত্যু নিৰেন ৰায়ৰ পেটত গুলী লগাৰ স্পষ্ট চিন আছে । 

Conclusion:যোৱা শনিবাৰে পুৱা সংঘটিত হৈছিল এই ঘটনা। কেৱল চাৰি বছৰহে আছিল চাকৰি পৰা অৱসৰ পাবলৈ। মৃত্যু নিৰেন চন্দ্ৰ ৰায়ৰ পুত্ৰ প্ৰছেনজিৎ ৰায়ক চাকৰি নিযুক্তি কৰা দাবী পৰিয়ালবৰ্গৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.