ETV Bharat / state

কোকৰাঝাৰত ব্ৰজপাত পৰি নিহত যুৱক

author img

By

Published : Jul 2, 2019, 10:18 AM IST

নিশা গাঁৱৰে এঘৰত কেইজনমান সমনীয়াৰ স'তে ফুৰিবলৈ যাওতেই সংঘটিত হয় এই কৰুণ ঘটনা

কোকৰাঝাৰত ব্ৰজপাত পৰি নিহত যুৱক

কোৰাঝাৰ,২ জুলাই: কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজানত সোমবাৰে নিশা বজ্ৰপাতৰ ফলত এজন যুৱকৰ মৃত্যু হয়। নিহত যুৱকজন বালাজানৰ সমীৰ নাথ বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি সমীৰ নাথে সোমবাৰৰ নিশা গাঁৱৰে এঘৰত কেইজনমান সমনীয়াৰ স'তে ফুৰিবলৈ গৈছিল। তেনে সময়তে প্ৰৱল বৃষ্টিপাত আৰম্ভ হয় আৰু নিশা তেওঁলোকে বৰষুণৰ মাজতে ঘৰলৈ যাবলৈ ওলাই আহি বাৰান্দাত থিয় হোৱাৰ সময়তে প্ৰচণ্ড শব্দৰে বজ্ৰপাত পৰে আৰু সমীৰ ঘটনাস্থলীতে নিহত হয়। যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

Intro:কোকৰাঝাৰত ব্ৰজপাতত নিহত যুৱক ।
কোকৰাঝাৰ/ ২ জুলাই :- কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজানত সোমবাৰৰ নিশা বজ্ৰপাতৰ ফলত এগৰাকী যুৱক নিহত হয় । নিহত যুৱকগৰাকীক বালাজানৰ নগেন নাথৰ সন্তান সমীৰ নাথ(৩১) বুলি চিনাক্ত কৰা হৈছে ।
Body:ঘটনাৰ বিৱৰণি অনুসৰি সমীৰ নাথে সোমবাৰৰ নিশা গাঁওৰে এঘৰত আন চাৰি পাঁচজন সমনীয়াৰ ফুৰিবলৈ গৈছিল । সমনীয়াৰ ঘৰত ফুৰিবলৈ যোৱাৰ পিছতে প্ৰবল বৃষ্টিপাত আৰম্ভ হয় আৰু নিশা দহমান বজাত বৰষুণৰ মাজতে ঘৰলৈ আহিবলৈ উদ্যত হয় । সেইমতে বন্ধুবৰ্গৰ সতে ৰুমৰ পৰা ওলাই আহি বাৰান্দাত থিয় হোৱাৰ সময়তে প্ৰচণ্ড শব্দৰে বজ্ৰপাত পৰে আৰু সমীৰ নাথ ঘটনাস্থলীতে নিহত হয় । Conclusion:সৰবৰাহী যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.