ETV Bharat / state

গোসাঁইগাঁৱত অনিৰ্দিষ্ট কাললৈ ই-ৰিক্সা বন্ধ - Gosaigaon

গোসাঁইগাঁও মহকুমাৰ ৰিক্সা চলকসকলৰ মতে প্ৰতিখন গাড়ীৰ বাবে বিভাগীয় কতৃপক্ষই ৰিক্সা পঞ্জীয়নভুক্তিকৰণ,কৰ আদিকে কৰি প্ৰায় মুঠ ২০০০০ টকা নিৰ্ধাৰিত কৰাত ক্ষুব্ধ হৈ পৰিছে চালকসকল। অনিৰ্দিষ্টকাললৈ ৰিক্সা বন্ধ ৰখাৰ ঘোষণা কৰে ই-ৰিক্সা চালক সকলে ।

গোসাঁইগাঁৱত অনিৰ্দিষ্ট কাললৈ ই-ৰিক্সা বন্ধ
author img

By

Published : Jun 18, 2019, 11:10 PM IST

বাক্সা, ১৮ জুনঃ গোসাঁইগাঁৱত ৰিক্সা চালকৰ অনিৰ্দিষ্ট কাললৈ ৰিক্সা বন্ধ কৰাৰ সিদ্ধান্ত । প্ৰতিখন ৰিক্সা পঞ্জীয়নৰ নামত ২০০০০ টকা লোৱাৰ অভিযোগ ৰিক্সা চালক সকলৰ ।

গোসাঁইগাঁও মহকুমাৰ ৰিক্সা চলকসকলৰ মতে প্ৰতিখন গাড়ীৰ বাবে বিভাগীয় কতৃপক্ষই ৰিক্সা পঞ্জীয়নভুক্তিকৰণ,কৰ আদিকে কৰি প্ৰায় মুঠ ২০০০০ টকা নিৰ্ধাৰিত কৰাত ক্ষুব্ধ হৈ পৰিছে চালকসকল । চৰকাৰ তথা উক্ত বিভাগীয় কতৃপক্ষই সামৰ্থবিহীন সিদ্ধান্তক কটু সমালোচনা কৰে । ৰিক্সা চালক সকলৰ দাবী বৰ্তমান চৰকাৰে মানি নোলোৱালৈকে অনিৰ্দিষ্টকাললৈ ৰিক্সা বন্ধ ৰখাৰ ঘোষণা কৰে । উল্লেখ্য যে, আজিৰ E-riksa বন্ধৰ ফলত সাধাৰণ যাত্ৰীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলকে ধৰি ৰাইজ যাতায়াতত বহু অসুবিধাৰ হোৱাৰ পৰিলক্ষিত হৈছে ।

গোসাঁইগাঁৱত অনিৰ্দিষ্ট কাললৈ ই-ৰিক্সা বন্ধ

লগতে আন এটা বাতৰি - কৃষক নহ'লেও কথা নাই, ঘোচ দিয়ক আৰু কৃষক আঁচনিৰ ধন লওঁক!

Intro:
গোসাঁইগাঁওৰ সমূহ ৰিক্সা চালকৰ অনিৰ্দিষ্টকাললৈ ৰিক্সা বন্ধ কৰাৰ সিদ্ধান্ত।অতিকৈ দাৰিদ্ৰ ৰিক্সা চালকৰ ওপৰত চৰকাৰৰ অৰ্থনৈতিক হাৰাশাস্তি।

ANCHOR: গোসাঁইগাঁও মহকুমাৰ সমূহ ৰিক্সা চলকসকলৰ মতে প্ৰতিখন গাড়ীৰ বাবে বিভাগীয় কতৃপক্ষই গাড়ি চালকৰ পঞ্জীয়নভুক্তিকৰণ,কৰ আদিকে কৰি প্ৰায় মুঠ ২০০০০ টকা নিৰ্ধাৰিত কৰাত ক্ষুব্ধ হৈ পৰিছে সমূহ গাড়ি চালকসকল। চৰকাৰ তথা উক্ত বিভাগীয় কতৃপক্ষই সমৰ্থবিহীন সিদ্ধান্তক কটু সমালোচনা কৰি এক যুক্তিপূৰ্ণ সমীক্ষাত আহিবলৈ আহবান জনায়।Body:

লগতে এই দাবী বৰ্তমান চৰকাৰ মানি নোলোৱালৈকে অনিৰ্দিষ্টকাললৈ ৰিক্সা বন্ধ ৰখাৰ ঘোষণা কৰে।

Conclusion:

উল্লেখ যে আজিৰ E-riksa বন্ধৰ ফলত সাধাৰণ যাত্ৰীৰ লগতে স্কুলীয়া ছাত্র ছাত্ৰীৰ সকলকে ধৰি উক্ত বন্ধৰ ফলত জমৰ জাতোনাত ভূগিব লগা পৰিলক্ষিত হোৱা দেখা গৈছে।

byte:- গাড়ি চালক

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.