ETV Bharat / state

কোকৰাঝাৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা - students

কোকৰাঝাৰত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে কোকৰাঝাৰ আৰক্ষীয়ে ।

কোকৰাঝাৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
author img

By

Published : Jun 16, 2019, 9:52 AM IST

কোকৰাঝাৰ,১৬ জুনঃ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা । ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা কোকৰাঝাৰ আৰক্ষীৰ ।

কোকৰাঝাৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে এই অনুষ্ঠানত । উক্ত সম্বৰ্ধনা উনুষ্ঠানত বিটিএডিৰ আই জি পি অনুৰাগ আগৰৱালা, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজি ৰাণী শৰ্মা, জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰৰ লগতে অভিভাৱক সকলো উপস্থিত থাকে । প্ৰতিজন কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা পত্ৰৰ লগতে একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰে । এই অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ উদ্দেশ্যি বিশিষ্ট অতিথিসকলে বহুমূলীয়া ভাষণ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে ।

লগতে আন এটা বাতৰি- শনিবাৰৰ পৰা নীতি আয়োগৰ পঞ্চমখন অধিবেশন আৰম্ভ

Intro:কোকৰাঝাৰ কৃতিমানক সম্বৰ্ধনা অসম আৰক্ষীৰ।

অসম আৰক্ষীত কৰ্মৰত বিষয়া কৰ্মচাৰীয়ে অত্যাধিক ব্যস্ততাৰ বাবে পৰিয়ালৰ লোকক সময় দিয়াৰ সত্বেও আৰক্ষীৰ লৰা ছোৱালী সকল স্বকীয় প্ৰতিভাৰে উজলি উঠিছে।

Body:ইউপিএছচিৰ পৰা বৰ্ড পৰ্যায়ৰ পৰীক্ষালোকে আৰক্ষী পৰিয়ালৰ সদস্যৰ সফলতায়ে অসম আৰক্ষীৰ গৰিমা বৃদ্ধি কৰাৰ মাজতে আজি কোকৰাঝাৰ আৰক্ষীয়ে আজি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতিমানক সম্বৰ্ধনা জ্ঞাপন কৰে।

এই উপলক্ষে কোকৰাঝাৰ আৰক্ষী পৰিয়ালৰ ২৮ গৰাকী কৃতিমানক আজি কোকৰাঝাৰ আৰক্ষীয়ে আনুষ্ঠানিকভাবে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনিষ্টিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত কৃতিমানৰ লগত অভিভাবগসকলেও অংশগ্ৰহণ কৰে।

Conclusion:উক্ত সম্বৰ্ধনা উনুষ্ঠান বিটিএডিৰ আই জি পি অনুৰাগ আগৰওলা, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজি ৰাণী শৰ্মা, জিলা অপাইক্ত পাৰ্থ প্রতিম মুজুমদাৰ উপস্থিত থাকি কৃতি ছাত্ৰ ছাত্ৰীসকলক উপহাৰ টোপালৰে সম্বৰ্ধনা জ্ঞাপন কৰি কৃতিমানসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.