ETV Bharat / state

কোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক - বিটিচি নিৰ্বাচন

বুধবাৰে মাজনিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ পাতগাওঁ বজাৰত অসম আৰক্ষীয়ে চলোৱা অভিযানত মকেছ ৰয় নামৰ লোকজনৰ ঘৰৰপৰা এটা 9 MM পিষ্টল সহ মেগজিনৰ লগতে পাঁচটা মোবাইল ফোন উদ্ধাৰ কৰে।

কোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক
কোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক
author img

By

Published : Mar 19, 2020, 10:06 AM IST

Updated : Mar 19, 2020, 11:18 AM IST

কোকৰাঝাৰ, 19 মাৰ্চঃ সমাগত বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিটিএডি অঞ্চলত ধাৰাবাহিকভাৱে উদ্ধাৰ হৈছে অবৈধ অস্ত্ৰ শস্ত্ৰ ৷ ব্যাপক মাত্ৰাত অবৈধ অস্ত্ৰ শস্ত্ৰৰ পয়োভৰ ঘটা দেখিবলৈ পোৱা গৈছে বিটিএডি অঞ্চলত ৷ বুধবাৰে মাজনিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ পাতগাওঁ বজাৰত অসম আৰক্ষীয়ে চলোৱা অভিযানত মকেছ ৰয় নামৰ লোকজনৰ ঘৰৰপৰা এটা 9 MM পিষ্টল সহ মেগজিনপৰ লগতে পাঁচটা মোবাইল ফোন উদ্ধাৰ কৰে।

ASSAM KOKRAJHAR ARMS RECOVER ETV BHARAT NEWS
এটা 9 MM পিষ্টল সহ মেগজিনৰ লগতে পাঁচটা মোবাইল ফোন উদ্ধাৰ

কোকৰাঝাৰ আৰক্ষীয়ে জনোৱা মতে এক বিশেষ খবৰৰ ভিত্তিত মকেছ ৰয়ৰ ঘৰত অভিযান চলোৱা হৈছিল য'ত ঘৰৰ পানী টেংকীত লুকাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় পিষ্টলটো ৷ বৰ্তমান কোকৰাঝাৰ আৰক্ষীয়ে মকেছ ৰয়ক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

কোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক

লগতে চাওকঃ

কচুগাঁৱত অনুষ্ঠিত যুৱ সমাৰোহত তিনি সহস্ৰাধিকৰ যোগদান বিপিএফত

Last Updated : Mar 19, 2020, 11:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.