ETV Bharat / state

নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ মহিলা মৰ্চাৰ প্ৰতিবাদ - বিপিএফ মহিলা মৰ্চাৰ প্ৰতিবাদ

বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত কোকৰাঝাৰৰ বৃহৎ সমদল বিপিএফ মহিলা মৰ্চাৰ ৷

বিপিএফ মহিলা মৰ্চাৰ প্ৰতিবাদ
বিপিএফ মহিলা মৰ্চাৰ প্ৰতিবাদ
author img

By

Published : Sep 28, 2020, 9:25 PM IST

কোকৰাঝাৰ, 28 ছেপ্টেম্বৰ : বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত কোকৰাঝাৰৰ বৃহৎ সমদল বিপিএফ মহিলা মৰ্চাৰ ৷ বিটিচিৰ নিৰ্বাচন ৰাজ্যপাল শাসনৰ অন্ত পৰাৰ লগে লগে অনুষ্ঠিত কৰাৰ দাবীত আজি কোকৰাঝাৰ চহৰত বিপিএফ মহিলা মৰ্চাই বাহিৰ কৰে বৃহৎ সমদল ৷

বিপিএফ মহিলা মৰ্চাৰ প্ৰতিবাদ
বিপিএফ মহিলা মৰ্চাৰ প্ৰতিবাদ

বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আজি জিলা বিপিএফ মহিলা মৰ্চাৰ উদ্য়োগত বিপিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদলত ক্ষোভ প্ৰকাশ কৰে বিপিএফে ৷ লগতে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷

বিপিএফ মহিলা মৰ্চাৰ প্ৰতিবাদ

নিৰ্বাচন আয়োগে বিহাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে, গতিকে বিটিচিৰ নিৰ্বাচনো অনুষ্ঠিত কৰিব লাগে আৰু এইক্ষেত্ৰত কৰ'ণাৰ দোহাই দি নিৰ্বাচন অনুষ্ঠিত নকৰাটো অযুক্তিকৰ বুলি মন্তব্য কৰিছে বিপিএফ নেত্ৰী মালতী ৰাণী বাসুমতাৰীয়ে ৷ ইয়াৰ আঁৰত ৰাজনৈতিক অভিসন্ধিও জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰিছে বাসুমতাৰীয়ে ৷

লগতে পঢ়ক : স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.