ETV Bharat / state

কোকৰাঝাৰত এম্বুলেন্স দুৰ্ঘটনা - কোকৰাঝাৰ বালাগাঁও

কোকৰাঝাৰৰ বালাগাঁৱত সোমবাৰে এখন এম্বুলেন্স দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে চালক মিথুন বসুমতাৰীৰ ৷

ETV BHARAT
কোকৰাঝাৰত এম্বুলেন্স দুৰ্ঘটনা
author img

By

Published : Jun 1, 2020, 7:11 PM IST

কোকৰাঝাৰ, 1 জুনঃ

  • সোমবাৰে কোকৰাঝাৰৰ বালাগাঁৱত এখন এম্বুলেন্স দুৰ্ঘটনাত পতিত হয়
  • দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনৰ নম্বৰ AS-16C-3977
  • বঙাইগাঁৱৰ পৰা কোকৰাঝাৰ অভিমুখে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় এম্বুলেন্সখন
  • এম্বুলেন্সখনে বালাগাঁৱৰ চিআইটিৰ সন্মুখত থকা বৈদ্যুতিক খুটাত খুন্দিওৱাৰ ফলত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো
  • কথমপি প্ৰাণ ৰক্ষা পৰে চালক মিথুন বসুমতাৰীৰ
    কোকৰাঝাৰত এম্বুলেন্স দুৰ্ঘটনা

লগতে চাওকঃ এটা কোৱাৰেণ্টাইন চেণ্টাৰত বাধ্যতামূলক শৰীৰচৰ্চা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.