ETV Bharat / state

কোকৰাঝাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ আক্ৰাছুৰ

author img

By

Published : Oct 31, 2019, 3:15 AM IST

সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ স্মাৰক পত্ৰ প্ৰেৰণ কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰলৈ ৷ সমাজৰ পৰা অনৈতিক কাৰ্যৰ লগতে সংগঠনটোৰ কৰ্মীক জুৱাৰীৱে আক্ৰমণ কৰা ঘটনাৰ তদন্ত বিচাৰি উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷

কোকৰাঝাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ আক্ৰাছুৰ

কোকৰাঝাৰ,30অক্টোবৰ : ৰাজ্যত বৃদ্ধি পাইছে সমাজ বিৰোধী বিভিন্ন কাৰ্যকলাপৰ লগতে মুকলিকৈ বিক্ৰী কৰা মদৰ বিপণী আৰু জুৱাৰ আদ্দা ৷ যাৰ প্ৰৰোচনাত পৰি বহু নৱ প্ৰজন্মৰ জীৱন ধ্বংস হ'বলৈ ধৰিছে ৷ বুধবাৰে এই সক্ৰান্তত সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰক প্ৰদান কৰে এখন স্মাৰক পত্ৰ ৷ সংগঠনটোৱে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ হোৱাৰো দাবী জনায় ৷

অন্য এক খবৰৰ বাবে : বাঁহ শিল্পৰে সংস্থাপনৰ বাট বুলিছে মাজুলীৰ প্ৰবিত্ৰ ফুকনে

উল্লেখ্য যে, 27 অক্টোবৰত শক্তি আশ্ৰম সকাপাৰা গাঁৱৰ বিদ্যালয়ৰ সমীপত কালীপূজাৰ নামত মুকলিকৈ জুৱাৰ আড্ডা হৈ থকাৰ খবৰ পাইছিল সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই ৷ ইয়াৰ পাছতেই সংগঠনটোৰ কেইজনমান কৰ্মী জুৱাৰ ঘাটি বন্ধ কৰিবলৈ গৈছিল ৷ কিন্তু সংগঠনটোৰ কৰ্মীৰ লগত জুৱা খেলুৱৈসকলৰ মাজত কথাৰ কটাকটি হৈছিল আৰু এটা সময়ত ঘটনা উত্তেজিত হৈ পৰিছিল ৷ উত্তেজিত খেলুৱৈসকলে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কোকৰাঝাৰ সমিতিৰ সভাপতি কনকন ৰায় আৰু কৰ্মী মাখন ৰায়ক আক্ৰমণ কৰিছিল ৷ এই ঘটনা সক্ৰান্তত ফকিৰাগ্ৰাম আৰক্ষী চকীত ৰুজু কৰা হৈছিল এক গোচৰ ৷ গোচৰৰ ভিত্তিত আৰক্ষীয়ে জুৱাৰী সঞ্জয় দেৱনাথক আটক কৰিছে যদিও আন পাঁচ জুৱাৰী ক্ৰমে শংকৰ দেৱনাথ, বিপুল দেৱনাথ, উত্তম দেৱনাথ, নাৰায়ণ দেৱনাথ আৰু প্ৰিতুল বৰ্তমানেও মুকলি আকাশৰ তলত ঘূৰি আছে ৷ যাৰ বাবে ছাত্ৰ সংগঠনটোৱে ঘটনাৰ উচিত তদন্ত বিচাৰি জিলা উপায়ুক্তক প্ৰদান কৰে স্মাৰক পত্ৰ ৷

দীৰ্ঘদিন ধৰি ৰাজ্যত চলি অহা এনে অনৈতিক কাৰ্যৰ লগতে নিচাৰ ঘাটি বন্ধ কৰাত প্ৰশাসন বিফল হৈ আহিছে ৷ বহু নৱ প্ৰজন্ম বৰ্তমান ধ্বংসৰ গৰাহত পৰিছে একমাত্ৰ নিচা জাতীয় সামগ্ৰীৰ বাবে ৷ প্ৰশাসনক এই সন্দৰ্ভত কঠোৰ হোৱাৰ বাবে জনসাধৰণে আহ্বান জনায় আহিছে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গৈছে ৷

Intro:কোকৰাঝাৰত আকৰাছু আৰু জুৱাৰু মাজত সংঘাত: উপাইক্তক স্মাৰক পত্ৰ দাখিল।

কোকৰাঝাৰ জিলা প্ৰশাসন আৰু ছাত্ৰ সংগঠনবোৰে কালি পূজা সময়চোৱাত মেলা আৰু জুৱা নিষিদ্ধ কৰাৰ পাছতো জিলাখনৰ বিভিন্ন ঠাইত সমাজ বিৰোধী কাৰ্যকলাপ মকুলিকৈ মদ, জুৱাৰ আড্ডা হোৱাৰ পোহৰলৈ আহিছে। একাংশ আৰক্ষিৰ চক্ৰ ছায়াতে এনেকৈ সমাজ বিৰোধী কাৰ্যকলাপ হোৱাৰ গুৰুপটৰ অভিযোগ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ।

Body:উক্ত খবৰ মতে যোৱা 27 (দেওবাৰ) দিনা ৰাতি শক্তি আশ্ৰম সকাপাৰা গাঁওত স্কুলৰ সমীপত কালীপূজাৰ নামত মুকলিকৈ যোৱাৰ আড্ডা হোৱাৰ উমান পাই সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা(আক্রছু)ৰ ইকৰ্মীৰ এটা দলে জুৱা খেল বন্ধ কৰিব গৈছিল। ইয়াকে উত্তেজিতহৈ জুৱাৰু দলে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কোকৰাঝাৰ সমিতিৰ সভাপতি কনকন ৰায় আৰু কৰ্মী মাখন ৰায়ক দলবদ্ধ আক্ৰমণ কৰে।

ইয়াৰ সংক্ৰান্তত ফকিৰাগ্ৰাম আৰক্ষী চকীত গোচৰ ৰুজুকৰি আক্ৰমণকাৰী জুৱাৰু সঞ্জয় দেৱনাথক আটক কৰে জুদিও আন পাঁচ জন ক্ৰমে শংকৰ দেৱনাথ, বিপুল দেৱনাথ, উত্তম দেৱনাথ, নাৰায়ণ দেৱনাথ আৰু প্ৰিতুল ছিল মকুলি আকাশৰ তলত ঘূৰিআছে।
আনফালে অভিযুক্ত জুৱাৰুক আটক নকৰাকৈ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কৰ্মীৰ বিৰুদ্ধে সকীয়াকৈ গোচৰ ৰুজুকৰি ছাত্ৰ কৰ্মীক ফকিৰাগ্ৰাম আৰক্ষীই আটক কৰাৰ পৰিকল্পনা ৰচিছে বুলি অভিযোগ কৰিছে আক্রছুই।

সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা(আক্রছু) ৰ নেতাই অভিযোগ কৰামতে ফকিৰাগ্ৰাম আৰক্ষী চকীৰ চক্ৰছায়াত সমাজ বিৰোধী কাৰ্যকলাপ জুৱা চলাল কাৰণে বন্ধ কৰিব গৈ এনেকৈ আক্ৰমণৰ ৰোসত পৰিবলগাহৈছে। এনেকৈ অসমাজিক কাৰ্যকলাপক কেতিয়াও শয্যা নকৰে বুলি সকীয়াই দিই আক্রছুই।

Conclusion:এই সংক্ৰান্তত আজি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চুমুকৈ আক্রছুই কোকৰাঝাৰ জিলা সীমিতয়ে উচিত তদন্ত বিচাৰি কোকৰাঝাৰ জিলা উপাইক্ত পাৰ্থ প্রতিম মুজুমদাৰক এখন স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অসমাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে দাবীতোলে ছাত্ৰ সংগঠনতোই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.