ETV Bharat / state

বিটিআৰ চুক্তিৰ বিৰোধিতা প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছুমুতিয়াৰীৰ - The All India Bodo People National League for Statehood

ঐতিহাসিক বিটিআৰ চুক্তিৰ বিৰোধিতাৰে বুধবাৰে The All India Bodo People National League for Statehoodৰ ক'লা দিৱস পালন ৷ কোকৰাঝাৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ সভাপতি তথা লোকসভাৰ প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছুমুতিয়াৰীৰ ৷

বিটিআৰ চুক্তিৰ বিৰোধিতা প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছমুথিয়াৰীৰ

author img

By

Published : Jan 28, 2021, 8:32 AM IST

কোকৰাঝাৰ ২৭ জানুৱাৰী: বিগত বৰ্ষৰ ২৭ জানুৱাৰীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিয়ে বড়ো সকলক চৰমভাৱে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বুধবাৰে লোকসভাৰ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছুমুতিয়াৰীৰ নেতৃত্বত The All India Bodo People National League for Statehood নামৰ সংগঠনটোৱে ক'লা দিৱস পালন কৰে ৷ সংগঠনটোৱে জিলা প্ৰশাসনৰ বাধা নেওচি বিভিন্ন ঠাইত কলা পতাকা উত্তোলনেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হয় ৷

বিটিআৰ চুক্তিৰ বিৰোধিতা প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছমুথিয়াৰীৰ

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰ,এবছু,ইউবিপিঅ আৰু এনডিএফবিৰে বিগত বৰ্ষৰ ২৭ জানুৱাৰীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিৰ বিৰোধিতাৰে নিৰভানো গাৰ্ডেন প্ৰাংগণত সমবেত হৈছিল সংগঠনটোৰ কৰ্মচাৰী সকল ৷ কিন্তু প্ৰশাসনে অনুমতি নিদিয়াত ক্ষুব্ধ হৈ পৰে সংগঠনটোৰ সভাপতি তথা লোকসভাৰ প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছমুথিয়াৰী ৷ ইয়াৰ লগতে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ কোকৰাঝাৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা বুলিও বিছুমুতিয়াৰীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: ডুমডুমাত অসম চাহ কৰ্মচাৰী সংঘৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.