ETV Bharat / state

কোকৰাঝাৰত ৬০০ বছৰ পুৰণি শিৱ মন্দিৰ মকুলি

author img

By

Published : Apr 20, 2019, 9:56 PM IST

নতুনকৈ নিৰ্মাণ কৰি মুকলি কৰা হয় ৬০০ বছৰ পুৰণি শিৱ মন্দিৰটো ৷ আজিৰ উদ্বোধনী কাৰ্যসূচীত পৰিলক্ষিত হ'ল ভক্তৰ ভিৰ ৷ বনদেৱ ওলোটা বাবা শিৱ যোগাশ্ৰম মন্দিৰ তোক ১৩৬০ চনত স্বামী নবীন ব্ৰহ্মচাৰীয়ে স্থাপন কৰিছিল ।

কোকৰাঝাৰত ৬০০ বছৰ পুৰণি শিৱ মন্দিৰ মকুলি

কোকৰাঝাৰ, ২০ এপ্ৰিল: কোকৰাঝাৰ উল্টাপানীত ৬০০ বছৰ পুৰণি শিৱ মন্দিৰ এটি শনিবাৰে আনুষ্ঠানিকভাৱে মকুলি কৰা হয় ৷ মন্দিৰটো মুকলি কৰে এম.আৰ. এম. হস্পিতালৰ সঞ্চালক চেওলি মাহিলাৰীয়ে ।

বাথৌ ধৰ্ম সভাৰ অধীনত পৰিচালিত হৈ থকা এই বনদেৱ ওলোটা বাবা শিৱ যোগাশ্ৰম মন্দিৰ তোক ১৩৬০ চনত স্বামী নবীন ব্ৰহ্মচাৰীয়ে স্থাপন কৰিছিল । কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ ভাৰত-ভূটান সীমান্তৰ নিলগত থকা মন্দিৰত বড়ো, নেপালী, আদিবাসী, ৰাজবংশী ইত্যাদি সম্প্ৰদায়ৰ লোকে প্ৰাচীন যুগৰ পৰা পূজা অৰ্চনা কৰি আহিছিল ৷ উক্ত মন্দিৰটো এম. আৰ. এম. হস্পিতালৰ এম.দি চেওলি মহিলাৰীৰ অৱদানেৰে নতুনকৈ নিৰ্মাণ কৰা হয় আৰু আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ আজিৰ উদ্বোধনী কাৰ্যসূচীত ভক্তৰ ভিৰ পৰিলক্ষিত হোৱা দেখা যায় ৷

Intro:কোকৰাঝাৰত ৬০০ বছৰ পুৰণি শিৱ মন্দিৰ মকুলি।

ককৰাঝাৰ, ২০ এপ্ৰিল: কোকৰাঝাৰ উল্টাপানীত অতি প্ৰাচীন অৰ্থাৎ ৬০০ বছৰ পুৰণি শিৱ মন্দিৰ আজি আনুষ্ঠানিক বাবে মকুলি কৰে এম.আৰ. এম. হস্পিতালৰ এম দি চেওলি মাহিলাৰীয়ে।

Body:বাথৌ ধৰ্ম সভাৰ অধীনত পৰিচালিত কৰিথকা এই বনদেৱ ওলোটা বাবা শিৱ যোগাশ্ৰম মন্দিৰ তোক ১৩৬০ চনত স্বামী নবীন ব্ৰহ্মচাৰীয়ে স্থাপন কৰিছিল। কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ৫০কিলোমিটাৰ ভাৰত ভূটান নিলগত থকা মন্দিৰত বড়ো লগতে নেপালী, আদিবাসী, ৰাজবংশী লগে প্ৰাচীন যুগৰ পৰা পূজা অৰ্চনা কৰিআহিছিল। এম. আৰ. এম. হস্পিতালৰ এম.দি চেওলি মহিলাৰীৰ অৱদানেৰে নুতুনকৈ নিৰ্মান কৰা মন্দিৰটোক উদ্ধধন কৰে।

Conclusion:আজিৰ উদ্ধধনৰ কাৰ্যসূচী সময়ত বিভিন্ন জাতিৰ লগৰ ভক্তৰ ভিৰ পৰিলিখিত দেখা যায়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.