ETV Bharat / state

কৰিমগঞ্জৰ যুৱকে সাজিলে ৰাম মন্দিৰৰ সুন্দৰ আৰ্হি - শিল্পী অজিত সিনহা

তিনিদিনৰ ভিতৰত কৰিমগঞ্জৰ এজন যুৱকে সাজি উলিয়ালে ৰাম মন্দিৰৰ এক সুন্দৰ আৰ্হি । মাত্ৰ তিনিদিনৰ অন্তত মঙ্গলবাৰে নিশা সমাপ্ত কৰা ৰাম মন্দিৰৰ এই আৰ্হিটো অজিত সিনহা নামৰ যুৱ শিল্পীজনে বুধবাৰে অৰ্পণ কৰিলে বজৰং দলৰ কৰ্মকৰ্তাৰ হাতত ।

youth make a portrait of ram mandir at karimganj
কৰিমগঞ্জৰ যুৱকে সাজিলে ৰাম মন্দিৰৰ এটা সুন্দৰ আৰ্হি
author img

By

Published : Aug 6, 2020, 5:06 PM IST

কৰিমগঞ্জ, ৫আগষ্ট: মাত্ৰ তিনিদিনৰ ভিতৰতেই কৰিমগঞ্জৰ এজন যুৱকে নিৰ্মাণ সম্পন্ন কৰিলে ৰাম মন্দিৰৰ এটা আৰ্হি । ৰাম মন্দিৰৰ এই আৰ্হি সাঁজিলে কৰিমগঞ্জৰ অজিত সিনহা নামৰ এজন স্থানীয় যুৱ শিল্পীয়ে ।

বুধবাৰে অযোধ্যাত ভূমি পূজনৰ লগতে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মন্দিৰৰ এই আধাৰশিলা অনুস্থানৰ সময়চোৱাতে এজন যুৱ শিল্পীয়ে প্ৰস্তুত কৰি ওলিয়ালে ৰাম মন্দিৰৰ এক সুন্দৰ আৰ্হি ।

youth make a portrait of ram mandir at karimganj
কৰিমগঞ্জৰ যুৱকে সাজিলে ৰাম মন্দিৰৰ এটা সুন্দৰ আৰ্হি

দিন নিশা একাকাৰ কৰি মাত্ৰ তিনিদিনৰ ভিতৰতে কৰিমগঞ্জৰ লোৱাইৰপোৱা শিবেৰগুল অঞ্চলৰ এগৰাকী অখ্যাৎ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এই ৰাম মন্দিৰৰ আৰ্হিটিয়ে ।

উল্লেখ্য যে, তিনিদিন পূৰ্বে লোৱাইৰপোৱা স্থিত বজৰং দলৰ সদস্যই জনোৱা আহ্বানক সহাৰি জনাই অজিত সিনহাই মন্দিৰৰ আৰ্হিটি নিৰ্মাণ কাম আৰম্ভ কৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.