ETV Bharat / state

পাথাৰকান্দিত পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস - পাথাৰকান্দি

জিলা বনবিভাগৰ তৎপৰতাত আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পাথাৰকান্দি মুণ্ডমালাত কৰিমগঞ্জৰ জিলা উপায়ক্ত,সাংসদ,দুই বিধায়কে বিভিন্ন ঠাইত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ।

KARIMGANJ
পাথাৰকান্দিত পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস
author img

By

Published : Jun 5, 2020, 8:09 PM IST

পাথাৰকান্দি, 5 জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যৰ আন আন স্থানৰ লগতে পাথাৰকান্দিতো চৰকাৰীভাৱে গছপুলি ৰোপণৰ কাৰ্যসূচী পালন কৰা হয় ।জিলা বনবিভাগৰ তৎপৰতাত আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পাথাৰকান্দি মুণ্ডমালাত কৰিমগঞ্জৰ জিলা উপায়ক্ত,সাংসদ,দুই বিধায়কে বিভিন্ন ঠাইত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ।

পাথাৰকান্দিত পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস

লগতে পঢ়কঃ বাক্সাৰ আমলাইগুৰিত জিলা প্ৰশাসনে মুকলি কৰিলে গছপুলি ৰোপণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.