ETV Bharat / state

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিমগঞ্জত হাহাকাৰ ! - পানী যোগান আচঁনি

চহৰ অঞ্চল সমূহত পানী যোগান অব্যাহত থকাৰ বিপৰীতে গাঁৱৰ যি সমূহ পানী যোগান আঁচনি আছিল ইয়াৰ প্ৰায় অধিকাংশই বন্ধ হৈ পৰিছে ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিমগঞ্জত হাহাকাৰ !
author img

By

Published : Jun 20, 2019, 10:23 AM IST

কৰিমগঞ্জ , ২০ জুন : এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিমগঞ্জত হাহাকাৰ কৰিবলগীয়া হৈছে কৰিমগঞ্জবাসীয়ে । এটা সময়ত কৰিমগঞ্জ জিলাত তিনিশৰো অধিক পানী যোগান আঁচনিৰে ৰাইজক যোগান ধৰা হৈছিল বিশুদ্ধ খোৱাপানী । আজিৰ তাৰিখতো পানী যোগান আঁচনিৰ সংখ্যা একেই আছে যদিও বিভাগীয় উদাসীনতাৰ ফলত জিলাখনত প্ৰায় পঞ্চাশ শতাংশ পানী যোগান আঁচনি বন্ধ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে সাধাৰণ জনতা ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিমগঞ্জত হাহাকাৰ !

উল্লেখ্য যে, চহৰ অঞ্চল সমূহত পানী যোগান অব্যাহত থকাৰ বিপৰীতে গাঁৱৰ যি সমূহ পানী যোগান আঁচনি আছিল ইয়াৰ প্ৰায় অধিকাংশই বন্ধ হৈ পৰিছে । যাৰ ফলত ৰাইজে পুখুৰী, নলা অথবা নাদৰ গেলা পানী খাই জীৱন অতিবাহিত কৰিব লগীয়া হৈছে । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিতে অনুৰূপ পৰিৱেশ দেখিবলৈ পোৱা গৈছে । ৰাইজে জনোৱা অনুসৰি বহু এলেকাত আৰ্চেনিক আৰু আয়ৰনৰ মাত্ৰা অধিক পৰিমাণে থকাৰ বাবে এইবোৰ এলেকাত টিউবৱেলৰ চৰকাৰীভাৱে যোগান ধৰা নহয় । আৰু এনে এলেকা সমূহত বিভিন্ন সময়ত বিভিন্ন ৰোগে দেখা দিয়ে । কৰিমগঞ্জ জিলাখনত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ । ডিজিটেল ইণ্ডিয়াৰ এইখন অসমৰ কৰিমগঞ্জ জিলাৰ লোক সকলে আজিৰ তাৰিখতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ।

Intro:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
SLUG : WAILING FOR PURE WATER.

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিমগঞ্জ জিলাত হাহাকাৰ ।

এটা সময়ত কৰিমগঞ্জ জিলাত তিনিশৰো অধিক পানী যোগান আচনীৰ পৰা ৰাইজক যোগান ধৰা হৈছিল বিশুদ্ধ খোৱাপানী । আজিৰ তাৰিখতো পানী যোগান আচনীৰ সংখ্যা একেই আছে যদিও বিভাগীয় উদাসীনতাৰ ফলত জিলাখনত প্ৰায় পঞ্চাশ শতাংশ পানী যোগান আচনী বন্ধ । যাৰ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হব লগিয়া হৈছে সাধাৰন জনতাই । চহৰ অঞ্চলত পানী যোগান অব্যাহত থকাৰ বিপৰীতে গাঁওৰ যি সমুহ পানী যোগান আচনী আছিল ইয়াৰ প্ৰায় অধিকাংশই বন্ধ হৈ পৰিছে । যাৰ ফলত ৰাইজে পুখুৰী, নলা অথবা নাদৰ গেলা পানী খাই জীয়াই থাকিব লগা হৈছে । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত একে পৰিবেশ । বহু এলেকাত আৰ্চেনিক আৰু আয়ৰন মাত্রা  বেশী পৰিমানে থকাৰ বাবে এইবোৰ এলেকাত টিউবওয়েল বা তাৰাপাম্প'ৰ  চৰকাৰী ভাবে যোগান ধৰা নহয় । আৰু এনে  এলেকা সমূহত বিভিন্ন সময় ৰোগৰ প্ৰদুৰ্ভাৱ দেখা দিয়ে । মোট কথাত কৰিমগঞ্জ জিলাত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ । আৰু ডিজিটেল ইণ্ডিয়াৰ এইখন অসমৰ কৰিমগঞ্জ জিলাৰ লোক সকলে আজিৰ তাৰিখত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ।Body:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
SLUG : WAILING FOR PURE WATER.

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিমগঞ্জ জিলাত হাহাকাৰ ।

এটা সময়ত কৰিমগঞ্জ জিলাত তিনিশৰো অধিক পানী যোগান আচনীৰ পৰা ৰাইজক যোগান ধৰা হৈছিল বিশুদ্ধ খোৱাপানী । আজিৰ তাৰিখতো পানী যোগান আচনীৰ সংখ্যা একেই আছে যদিও বিভাগীয় উদাসীনতাৰ ফলত জিলাখনত প্ৰায় পঞ্চাশ শতাংশ পানী যোগান আচনী বন্ধ । যাৰ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হব লগিয়া হৈছে সাধাৰন জনতাই । চহৰ অঞ্চলত পানী যোগান অব্যাহত থকাৰ বিপৰীতে গাঁওৰ যি সমুহ পানী যোগান আচনী আছিল ইয়াৰ প্ৰায় অধিকাংশই বন্ধ হৈ পৰিছে । যাৰ ফলত ৰাইজে পুখুৰী, নলা অথবা নাদৰ গেলা পানী খাই জীয়াই থাকিব লগা হৈছে । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত একে পৰিবেশ । বহু এলেকাত আৰ্চেনিক আৰু আয়ৰন মাত্রা  বেশী পৰিমানে থকাৰ বাবে এইবোৰ এলেকাত টিউবওয়েল বা তাৰাপাম্প'ৰ  চৰকাৰী ভাবে যোগান ধৰা নহয় । আৰু এনে  এলেকা সমূহত বিভিন্ন সময় ৰোগৰ প্ৰদুৰ্ভাৱ দেখা দিয়ে । মোট কথাত কৰিমগঞ্জ জিলাত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ । আৰু ডিজিটেল ইণ্ডিয়াৰ এইখন অসমৰ কৰিমগঞ্জ জিলাৰ লোক সকলে আজিৰ তাৰিখত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ।Conclusion:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
SLUG : WAILING FOR PURE WATER.

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিমগঞ্জ জিলাত হাহাকাৰ ।

এটা সময়ত কৰিমগঞ্জ জিলাত তিনিশৰো অধিক পানী যোগান আচনীৰ পৰা ৰাইজক যোগান ধৰা হৈছিল বিশুদ্ধ খোৱাপানী । আজিৰ তাৰিখতো পানী যোগান আচনীৰ সংখ্যা একেই আছে যদিও বিভাগীয় উদাসীনতাৰ ফলত জিলাখনত প্ৰায় পঞ্চাশ শতাংশ পানী যোগান আচনী বন্ধ । যাৰ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হব লগিয়া হৈছে সাধাৰন জনতাই । চহৰ অঞ্চলত পানী যোগান অব্যাহত থকাৰ বিপৰীতে গাঁওৰ যি সমুহ পানী যোগান আচনী আছিল ইয়াৰ প্ৰায় অধিকাংশই বন্ধ হৈ পৰিছে । যাৰ ফলত ৰাইজে পুখুৰী, নলা অথবা নাদৰ গেলা পানী খাই জীয়াই থাকিব লগা হৈছে । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত একে পৰিবেশ । বহু এলেকাত আৰ্চেনিক আৰু আয়ৰন মাত্রা  বেশী পৰিমানে থকাৰ বাবে এইবোৰ এলেকাত টিউবওয়েল বা তাৰাপাম্প'ৰ  চৰকাৰী ভাবে যোগান ধৰা নহয় । আৰু এনে  এলেকা সমূহত বিভিন্ন সময় ৰোগৰ প্ৰদুৰ্ভাৱ দেখা দিয়ে । মোট কথাত কৰিমগঞ্জ জিলাত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ । আৰু ডিজিটেল ইণ্ডিয়াৰ এইখন অসমৰ কৰিমগঞ্জ জিলাৰ লোক সকলে আজিৰ তাৰিখত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.