ETV Bharat / state

বাংলাদেশী অভিযুক্ত আৰু সহযোগীক কৰায়ত্ত কৰাৰ দাবীত কৰিমগঞ্জত প্ৰতিবাদ - কৰিমগঞ্জ বিধান সভা সমষ্টিৰ বান্দৰকোনা জিপিৰ ময়নালা গাঁও

এগৰাকী বাংলাদেশী অভিযুক্ত আৰু তেওঁৰ সহযোগীক কৰায়ত্ত কৰাৰ দাবীত কৰিমগঞ্জ জিলাত একাংশ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শতাধিক স্থানীয় ৰাইজে অভিযুক্তজনৰ লগতে তেওঁক ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা লোকজনৰ বিৰুদ্ধেও কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

বাংলাদেশী অভিযুক্ত আৰু সহযোগীক কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ
author img

By

Published : Sep 17, 2019, 11:46 PM IST

কৰিমগঞ্জ, 17 ছেপ্তেম্বৰ : এগৰাকী বাংলাদেশী অভিযুক্ত আৰু তেওঁৰ সহযোগীক কৰায়ত্ত কৰাৰ দাবীত কৰিমগঞ্জ জিলাত একাংশ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শতাধিক স্থানীয় ৰাইজে অভিযুক্তজনৰ লগতে তেওঁক ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা লোকজনৰ বিৰুদ্ধেও কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দক্ষিণ কৰিমগঞ্জ বিধান সভা সমষ্টিৰ বান্দৰকোনা জিপিৰ ময়নালা গাঁৱৰ ভোটাৰ তালিকাত সন্দেহযুক্ত বাংলাদেশী যুৱক আল কিবিৰিয়াৰ নাম অন্তৰ্ভূক্ত হৈছিল ৷

বাংলাদেশী অভিযুক্ত আৰু সহযোগীক কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ

ইয়াৰোপৰি, ৰহস্যজনকভাৱে এন আৰ চিৰ প্ৰথমখন তালিকাতে যুৱকজনৰ নাম অন্তৰ্ভূক্ত হৈছিল ৷ এই ঘটনাৰ পাছতে লোকজনৰ বিৰুদ্ধে একাংশ ৰাইজে জিলা প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰে যদিও লোকজন পলাই হাৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে এন আৰ চি কৰ্তৃপক্ষই তেওঁৰ নাম এন আৰ চিৰ পৰা কৰ্তন কৰে ৷

এই ঘটনাৰ পাছতে অভিযুক্ত বাংলাদেশী যুৱকজনে স্থানীয় ৰাইজক প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰে বুলি একাংশ ৰাইজে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে । কিন্তু আৰক্ষীয়ে বৰ্তমানেও অভিযুক্তক আটক কৰাত ব্যৰ্থ হোৱাৰ বাবে মঙলবাৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ ৰাইজে ৷

Intro:Body:Script
এগৰাকী বাংলাদেশী অভিযুক্ত আৰু তেওৰ সহযোগীক কৰায়ত্ত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাবস্ত কৰিবৰ বাবে বাধ্য হল একাংশ স্হানীয় গ্ৰামবাসীয়ে। স্হানীয় শতাধিক গাওৰ ৰাইজে অভিযুক্তৰ লগতে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কাৰী অভিযুক্ত BLO বিৰুদ্বে কঠোৰ পদক্ষেপ গ্ৰহণ বাবে কৰিমগজ্ঞৰ জিলা শাসক, আৰক্ষী অধীক্ষক আদি কৰি শীৰ্ষ বিষয়াক উচৰত স্মাৰক পত্ৰ প্ৰদান কৰি উত্তাল প্ৰতিবাদ সাবস্ত কৰে। ঘটনা অনুসৰি দক্ষিণ কৰিমগজ্ঞ বিধান সভা সমষ্টিৰ বান্দৰকোনা জিপিৰ ময়নালা গাওৰ ভোটাৰ তালিকাত সন্দেহ যুক্ত বাংলাদেশী যুবক আল কিবিৰিয়া নাম ভোটাৰ লিষ্ঠত অন্তৰভুক্ত কৰে আনকি তেওৰ নাম ৰহস্যজনক বাবে NRC প্ৰথম লিষ্ঠত তেওৰ নাম অন্তৰভুক্ত হয়। এই ঘটনাৰ পিছত স্থানীয় গাওৰ একাংশ ৰাইজে সন্দেহ যুক্ত এই বাংলাদেশী অভিযুক্তৰ বিৰুদ্বে জিলা প্ৰশাসনৰ উচৰত অভিযোগ কৰিলে তেও পলাই যাবলৈ সক্ষম হয়। ইয়াৰ পিছত NRC কতৃপক্ষয় NRC তালিকাৰ পৰা তেওৰ নাম কৰ্তন কৰে। এই ঘটনাৰ পিছত অভিযুক্ত বাংলাদেশী যুবকে তেওৰ বিৰুদ্বে প্ৰশাসনৰ উচৰতে অভিযোগ কৰাৰ পৰিপেক্ষিত স্থানীয় ৰাইজৰ বিৰুদ্বে প্ৰাণ নাশৰ হুমকী প্ৰদান কৰে বুলি একাংশ ৰাইজে অভিযোগ কৰি আৰক্ষীৰ উচৰত গোচৰ ৰিজু কৰে। কিন্তু আৰক্ষীৱে আজি লৈকে অভিযুক্তক আটক কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে আজি এই প্ৰতিবাদ সামুৰি লৈয়।
আনফালে এই যুবক ভারতীৱ বলে দাবি কৰে স্থানীয় বিনোদনত এক প্রতিবাদি সভা অনুষ্টীত হৱ ।সভাৱ কতিপয় ব্যাক্তি এক ভারতীৱ যুবকেকে পৰিকল্পিত ভাৱে বাংলাদেশী বুলি সাজানো হচ্ছে।.......

Date 17-09-2019আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.