ETV Bharat / state

লঙাই নৈৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে গঁঞাৰ - KARIMGANJ

যি কোনো মুহূৰ্তত লঙাই নৈৰ বুকুত যাহ যাব পাৰে 50 টা পৰিয়াল ৷

লঙাই নৈৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে গঞাৰ
author img

By

Published : Jun 8, 2019, 8:44 PM IST

কৰিমগঞ্জ, 8 জুন: কেইবাবছৰ ধৰি ভয়াৱহ খহনীয়াই আতংকৰ সৃষ্টি কৰি আহিছে কৰিমগঞ্জৰ লোৱাইৰপোৱা অঞ্চলৰ ৰাইজৰ মাজত ৷ দীৰ্ঘদিন ধৰি লঙাই নৈৰ বাঢ়নী পানীয়ে এই আঞ্চলত খহনীয়াৰ সৃষ্টি কৰি আহিছে যাৰ ফলত বিপদত পৰিছে নৈপৰীয়া বহু পৰিয়াল ৷ এই অঞ্চলৰ যাতায়তৰ একমাত্ৰ পথটোও খহনীয়াৰ কবলত পৰিছে ।

লঙাই নৈৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে গঞাৰ

লগতে পঢ়ক: 10 দিন ডিটেঞ্চন কেম্পত থকাৰ পিছত আজি স্ব-গৃহলৈ সোনা উল্লাহ

কিন্তু বৰ্তমানেও খহনীয়া ৰোধৰ বাবে মন্ত্ৰী কেশৱ মহন্তৰ জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই যাৰ বাবে গৃহহীন হোৱাৰ পথত 50 টা পৰিয়াল ৷ কাৰণ যি কোনো মুহূৰ্তত লঙাই নৈৰ বুকুত যাহ যাব পাৰে এই পৰিয়াল কেইটাৰ ঘৰ ।

Intro:Body:Slug.Many families have been caught in river erosion.

কেইবাবছৰ ধৰি ভয়াবহ খহনীয়াই আতংকৰ সৃষ্টি কৰিছে কৰিমগঞ্জৰ লোৱাইৰপোৱা অঞ্চলৰ ৰাইজক।দীৰ্ঘদিন ধৰি লঙাই নৈৰ বাৰণী পানীয়ে এই খহনীয়াৰ সৃষ্টি হৈছে আৰু বিপদত পৰিছে নৈপৰীয়া বহু পৰিয়াল।এই অঞ্চলৰ যাতায়তৰ একমাত্ৰ পথও খহনীয়াৰ কবলত পৰিছে।আৰু যদি বৰ্তমানেও খহনীয়া ৰোধৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগে কোনো ব্যৱস্থা নলয় তেন্তে 50 টা পৰিয়ালৰ ভেটি যি কোনো মুহূৰ্তত লঙাই নৈৰ বুকুত যাব পাৰে।
এই সন্দৰ্ভত স্থানীয় ৰাইজে আমাক কয়,,,,,,,,,,,Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.