ETV Bharat / state

পাথাৰকান্দিত ক’ভিড প্ৰটক’ল ভংগৰে চলিছে টীকাকৰণ

author img

By

Published : May 5, 2021, 9:29 PM IST

কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি চহৰস্থিত পাথাৰকান্দি হাস্পতাল আৰু বাজাৰিছৰা হাস্পতালত চলি আছে কৰ’ণাৰ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৷ কিন্তু চিকিৎসালয় দুখনত কৰ’ণাৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা একাংশ লোকে ভংগ কৰিছে ক’ভিড প্ৰটক’ল ৷

vaccination-going-on-in-karimganj-by-break-covid-protocol
পাথাৰকান্দিত ক’ভিড প্ৰটক’ল ভংগৰে চলিছে টীকাকৰণ প্ৰক্ৰিয়া

কৰিমগঞ্জ,5 মে’: ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ দ্বিতীয়টো ঢৌৰ সংহাৰ ৷ ইতিমধ্যে ৰাজ্যজুৰি কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে বহু লোকে ৷ চৰকাৰ-প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জাৰি কৰা হৈছে বিভিন্ন নিৰ্দেশাৱলী ৷ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কৰিমগঞ্জতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে জিলাখনৰ পাথাৰকান্দি চহৰস্থিত পাথাৰকান্দি হাস্পতাল আৰু বাজাৰিছৰা হাস্পতালত চলি আছে কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷

কিন্তু চিকিৎসালয় দুখনত কৰ’ণাৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা একাংশ লোকে ভংগ কৰিছে ক’ভিড প্ৰটক’ল ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা চলি থকা প্ৰতিষেধক প্ৰদানত একাংশ লোকে সামাজিক দূৰত্ব পালন নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: বিগত 24 ঘন্টাত ভাৰতত কৰ'ণাত মৃত্যু ৩,৭৮০ গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.