কৰিমগঞ্জ, 4 জুনঃ কৰিমগঞ্জৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰাজপথৰ কাষত ব্যৱহাৰ হোৱা পিপিই কিট উদ্ধাৰক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ কিয়নো কৰিমগঞ্জত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এই সামগ্ৰীসমূহ ৷
লগতে পঢ়কঃ কৰিমগঞ্জত হোম কোৱাৰেন্টাইনত থকা যুৱকৰ দেহত কোভিড-19