ETV Bharat / state

কংগ্ৰেছত যোগদান প্ৰাক্তন বিজেপি-এআইইউডিএফৰ দুই নেতাৰ

author img

By

Published : Dec 5, 2020, 10:10 AM IST

আজি কমিগঞ্জত অনুষ্ঠিত হ'ব এখন কৰ্মী সভা ৷ এই সভাতেই কংগ্ৰেছত যোগদান কৰিব ৰাতাবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক শম্ভু সিং মাল্লা আৰু কৰিমগঞ্জ জিলাৰ প্ৰাক্তন এআইইউডিএফৰ সভাপতি আব্দুল মালিক চৌধুৰীয়ে ৷

two-bjp-aiudf-leaders-have-joined-the-congress
কংগ্ৰেছত যোগদান প্ৰাক্তন বিজেপি-এআইইউডিএফৰ দুই নেতাৰ

কৰিমগঞ্জ,5 ডিচেম্বৰ : আজি কংগ্ৰেছত যোগদান কৰিব ৰাতাবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক শম্ভু সিং মাল্লা আৰু কৰিমগঞ্জ জিলাৰ প্ৰাক্তন এআইইউডিএফৰ সভাপতি আব্দুল মালিক চৌধুৰীয়ে ৷ জিলাখনত আজি অনুষ্ঠিত হ'ব এখন বিশাল কৰ্মী সভা ৷ এই সভাতেই প্ৰাক্তন বিজেপি বিধায়ক শম্ভু সিং মাল্লা আৰু প্ৰাক্তন এআইইউডিএফৰ সভাপতি আব্দুল মালিক চৌধুৰীয়ে

আনুষ্ঠানিকভাৱে দুয়োগৰাকী নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পংকজ বৰবৰাই সংবাদ মাধ্য়মৰ আগত প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: যোৰহাটত বিদায় অনুষ্ঠানত আৱেগিত হৈ পৰিল লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.