ETV Bharat / state

প্রধানমন্ত্ৰী মোডীৰ ওপজা দিন উপলক্ষে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ৬ মাহৰ দৰমহা দান - মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

প্রধানমন্ত্ৰী মোডীৰ ওপজা দিন উপলক্ষে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে অহা ৬ মাহৰ দৰমহা তেওঁ দান দিয়াৰ সিদ্ধান্ত লৈছে।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে দান কৰিব নিজৰ 6 মাহৰ দৰমহা
author img

By

Published : Sep 14, 2019, 11:40 AM IST

কৰিমগঞ্জ, 14 ছেপ্টেম্বৰঃ "ৰাজ্যৰ উন্নয়নৰ বাবে 6 মাহৰ দৰমহা দান কৰিব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে" ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 69 সংখ্যক জন্মদিন উপলক্ষে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আগন্তুক 6 মাহৰ দৰমহা দান কৰাৰ কথা ঘোষণা কৰে ৷

  • पीएम श्री @narendramodi जी के जन्मदिवस को #सेवासप्ताह के रूप में मानने का प्रण लेते हुए. #त्रिपुरा के सभी 1100 पंचायत व ग्राम समिति बाजारों में डस्टबीन लगाए जाएंगे.इस मुहिम के लिए मैंने अगले 6माह का अपना वेतन देने का निर्णय लिया है राज्य को कचरामुक्त बनाने के लिए हम प्रतिबद्ध हैं pic.twitter.com/VekDatX6ji

    — Biplab Kumar Deb (@BjpBiplab) September 13, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে বিজেপিৰ ‘সেৱা সপ্তাহ’ কাৰ্যসূচীৰ অংশৰূপে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰক্তদান কৰে ৷ আনহাতে শনিবাৰে পুৱাই বিজেপিৰ সেৱা সপ্তাহ অভিযানৰ অংশ হিচাপে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ কাৰ্যবাহী অধ্যক্ষ জে.পি নাড্ডাই চাফা কৰিলে এইমছৰ মজিয়া ৷ উল্লেখযোগ্য যে, অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। বিজেপিয়ে সমগ্ৰ দেশতেই প্ৰধানমন্ত্ৰী মোডীৰ ৬৯ সংখ্যক জন্মদিন উপলক্ষে ‘সেৱা সপ্তাহ’ ৰূপে পালন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ বাবে প্ৰস্তুতি চলাইছে।

Intro:ৰাজ্যেৰ উন্নয়নৰ বাবে ছ মাহৰ দৰমহা দান কৰিব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়েBody:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ত্ৰিপুৰা ৰাজ্যেৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে অহা 6 মাহৰ নিজৰ দৰমহা দান কৰিব পঞ্চায়ত আৰু ভিলেজ কাউন্সিলৰ উন্নয়নৰ বাবে।এই গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীজনেConclusion:লগতে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ ঘোষণা দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.