- ভূমিস্খলনৰ বাবে বাতিল উত্তৰ পূব সীমান্তৰ ৰে'লৰ চাৰি খন ৰে'ল
- নেৰানেপেৰা বৰষুণৰ বাবে শুকুৰবাৰে লামডিঙত ৰেল লাইনত হৈছিল ভূমিস্খলন
- সেইবাবে উত্তৰপূব সীমান্ত ৰেল'ৱেই চাৰি খন ৰে'ল বাতিল কৰে
- ৰে'ল বিভাগৰ মতে বাতিল কৰা হৈছে শিলচৰ শিয়ালদাহ ,গৌহাটী শিলচৰ পেচেঞ্জাৰ, শিলচৰ গৌহাটী স্পেশিয়েল, শিয়ালদাহ আগৰতলা ৰে'ল
- বদৰপুৰৰ ৰে'লৱে ক্ষেত্ৰ পৰিচালক এস উমেশে জনাই এই কথা
- ৰে'ল লাইন মুকলি কৰিবলৈ চেষ্টা কৰি থকা হৈছে বুলিও লগতে প্ৰকাশ
ভূমিস্খলন : বাতিল 4 খন ৰে'ল - ৰে'ল বাতিল
নেৰানেপেৰা বৰষুণৰ বাবে শুকুৰবাৰে লামডিঙত ৰেল লাইনত হৈছিল ভূমিস্খলন ৷সেইবাবে উত্তৰপূৰ্ব সীমান্ত ৰেল'ৱেৰ চাৰি খন ৰে'ল বাতিল কৰে ৷
বাতিল 4 খন ৰে'ল
- ভূমিস্খলনৰ বাবে বাতিল উত্তৰ পূব সীমান্তৰ ৰে'লৰ চাৰি খন ৰে'ল
- নেৰানেপেৰা বৰষুণৰ বাবে শুকুৰবাৰে লামডিঙত ৰেল লাইনত হৈছিল ভূমিস্খলন
- সেইবাবে উত্তৰপূব সীমান্ত ৰেল'ৱেই চাৰি খন ৰে'ল বাতিল কৰে
- ৰে'ল বিভাগৰ মতে বাতিল কৰা হৈছে শিলচৰ শিয়ালদাহ ,গৌহাটী শিলচৰ পেচেঞ্জাৰ, শিলচৰ গৌহাটী স্পেশিয়েল, শিয়ালদাহ আগৰতলা ৰে'ল
- বদৰপুৰৰ ৰে'লৱে ক্ষেত্ৰ পৰিচালক এস উমেশে জনাই এই কথা
- ৰে'ল লাইন মুকলি কৰিবলৈ চেষ্টা কৰি থকা হৈছে বুলিও লগতে প্ৰকাশ
Intro:উত্তৰ পূৰ্ব সীমান্ত ৰেলৰ হীল সেকশনত ভূমিস্খলন ৱাৱে চাৰি টা ট্ৰেন ৱাতিল।Body:ৱদৰপুৰ: - ভূমিস্খলনৰ ভাৱে উত্তৰপূৰ্ব সীমান্ত ৰেলৱে চাৰি টা ট্ৰেন ৱাতিল কৰিলে ৰেল ৱিভাগ। উল্লেখ্য আজি কদিনৰ ৱৰষুণত লামডিং হিল সেকশনত ৰেল লাইনত ভূমিস্খলনৰ ভাৱে উত্তৰপূৰ্ব সীমান্ত ৰেলৱে চাৰি খন ট্ৰেন ৱাতিল কৰিলে । ৰেল সুত্ৰ মতে শিলচৰ শিয়ালদাহ ,গৌহাটী শিলচৰ পেচেঞ্জাৰ, শিলচৰ গৌহাটী স্পেশিয়েল, শিয়ালদাহ আগৰতলা, ট্ৰেন আজি ৱাতিল কৰা হৈছে ।পৰৱৰ্তী কালত খৱৰ ৰে'লৰ পৰা জনোয়া হৱ ৱুলি ৰেল সুত্ৰে প্ৰকাশ । ৱদৰপুৰৰ ৰেলওয়ে এৰিয়া মেনেজাৰ এস উমেশ মিডিয়াক জনালে হীল সেকশনত ভূমিস্খলন হোৱা মাটি ৱুৰ সফা কৰিৱলৈ দিন ৰাতি কাম চলিয়াছে ৰেলওয়ে ৱিভাগ।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে
Last Updated : Jul 12, 2019, 1:16 PM IST