ETV Bharat / state

কৰিমগঞ্জৰ বিশাল মেগা মাৰ্টত উত্তেজনাপূৰ্ণ পৰিৱেশ

কৰিমগঞ্জৰ বিশাল মেগা মাৰ্টত এগৰাকী মহিলা কৰ্মচাৰীক কুপ্ৰস্তাৱ দিয়াৰ অভিযোগত সহকাৰী মেনেজাৰ সন্দিপন দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । কৰ্মচাৰীগৰাকীৰ অভিযোগৰ ভিত্তিত বহুসংখ্যক লোক গোট খোৱাত উত্তেজিত হৈ পৰে পৰিবেশ ।

KARIMGANJ VISHAL MEGA MART
author img

By

Published : Mar 17, 2019, 11:09 PM IST

কৰিমগঞ্জ, 17 মাৰ্চ: কৰিমগঞ্জৰ বিশাল মেগা মাৰ্টত এগৰাকী মহিলা কৰ্মচাৰীক কুপ্ৰস্তাব দিয়াৰ অভিযোগত সহকাৰী মেনেজাৰ সন্দিপন দাসৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰে উপস্থিত ৰাইজ । ঘটনাৰ বিৱৰণী অনুসৰি বিশালত কৰ্মৰত এগৰাকী দুখীয়া পৰিয়ালৰ মহিলা কৰ্মচাৰীক যোৱা সপ্তাহত কোনো কাৰণত চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল । সন্দিপন দাসক চাকৰি বাহাল ৰখাৰ বাবে অনুৰোধ কৰাৰ সুযোগ বুজি সহকাৰী মেনেজাৰজনে মহিলা কৰ্মচাৰীগৰাকীক কুপ্ৰস্তাব দিয়ে | কৰ্মচাৰীগৰাকীয়ে এই বাৰ্তালাপ মোবাইলত ৰেকৰ্ড কৰি ৰাখে আৰু পৰিয়ালক জনায় ।

কৰিমগঞ্জৰ বিশাল মেগা মাৰ্টত উত্তেজনাপূৰ্ণ পৰিৱেশ

অৱশেষত প্ৰতিবেশী বহু যুবক আহি বিশালৰ সম্মুখত হৈ - ছৈ লগোৱাত পৰিস্থিতি বিষম দেখি বিশাল কৰ্তৃপক্ষই মলটো বন্ধ কৰি দিয়ে । অভিযুক্ত সহকাৰী মেনেজাৰজনে এখন হোটেলত সোমাই আত্মগোপন কৰে যদিও পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় | সন্দিপনে প্ৰতিষ্ঠানৰ আন কেইবাগৰাকী কৰ্মচাৰীকো এনে প্ৰস্তাব দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগীয়ে |

SLUG: BISHAL ASSTT. MANAGER ARREST,  KARIMGANJ 
            কৰিমগঞ্জৰ বিশাল মেঘা মাৰ্টত উত্তেজনা | মলটোৰ সহকাৰি মেনেজাৰে মহিলাক চাকুৰিত বহাল ৰখাৰ প্ৰলোভন দেখুৱাই মহিলাক কুপ্ৰস্তাব দিয়াৰ অভিযোগ | ভূক্তভোগী মহিলায় ঘটনা পোহৰলৈ আনিলে বহু সংখ্যক ৰাইজ উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্ঠি কৰে | অবস্থা বেগতিক দেখি মলটো বন্ধ কৰি দিয়ে কতৃপক্ষয় | অভিযুক্ত সহকাৰি মেনেজাৰ সন্দিপন দে লগতে থকা এটা হোটেলত আত্মগোপন কৰিলেও পৰিবৰ্তিত আৰক্ষীয়ে গ্ৰেফতাৰ কৰি লৈ যায় |
         কৰিমগঞ্জৰ বিশালত যোৱা সপ্তাহত কিবা কাৰনত এগৰাকি ছোৱালিক চাকুৰিৰ পৰা নিলম্বন কৰা হৈছিল | দুখিয়া ঘৰৰ ছোৱালিজনিয়ে তাইক বহাল ৰখাৰ বাৱে সহকাৰি মেনেজাৰ সন্দিপন দে'ক অনুৰোধ কৰে | সেই সুযোগক কামত লগাই সন্দিপনে ছোৱালি গৰাকিক কুপ্ৰস্তাব দিয়ে | ছোৱালিগৰাকিয়ে মোবাইলত হোৱা সন্দিপনৰ সৈতে এই বাৰ্তালাপ ৰেকৰ্ড কৰি ৰাখে | ৰেকৰ্ডিং সহ পৰিৱালক গোটে ঘটনা জনালে পৰিৱালৰ লোক আৰু প্ৰতিবেশী বহু যুবক আহি বিশালৰ সম্মুখত আহি উত্তেজনাৰ সৃষ্ঠি কৰে | অবস্থা বেগতিক দেখি মলটো বন্ধ কৰি দিয়ে কতৃপক্ষয় | অভিযুক্ত সহকাৰি মেনেজাৰ সন্দিপন দে লগতে থকা এখন হোটেলত আত্মগোপন কৰিলেও পৰিবৰ্তিত আৰক্ষীয়ে গ্ৰেফতাৰ কৰি লৈ যায় |  সন্দিপনে প্ৰতিষ্ঠানৰ আন কেইবাগৰাকি ছোৱালিৰ সৈতেও এনে প্ৰস্তাব দিছিল বুলি ভূক্তভোগীৰ অভিযোগ |

            কৰিমগঞ্জ, 17/3/19
bpn chakraborty karimganj
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.