ETV Bharat / state

কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত - karimgaj trample theft

কৰিমগঞ্জত পুনৰ অব্যাহত আছে চোৰৰ তাণ্ডৱ ৷ মঠ মন্দিৰত চলিছে চোৰৰ লুটপাত। নিশা পুৰোহিতৰ ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল চোৰ ৷

কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত
কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত
author img

By

Published : May 6, 2021, 2:14 PM IST

কৰিমগঞ্জ, 6 মে’: কৰিমগঞ্জত অব্যাহত আছে মঠ মন্দিৰ চোৰৰ লুটপাত । এইবাৰ চোৰৰ টাৰ্গেট দক্ষিণ কৰিমগঞ্জৰ পেচাৰপাৰ গাঁৱৰ বালাজী মন্দিৰ । ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এখন গাঁও হৈছে পেচাৰপাৰ ।

কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত
কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত

নিশা পাঁচ জনীয়া অস্ত্ৰধাৰী দলে পুৰোহিতৰ ঘৰৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰাৰ লগতে চোকা অস্ত্ৰ দেখুৱাই পুৰোহিতৰ পৰা লৈ যায় মন্দিৰৰ চাবি । মন্দিৰত প্ৰৱেশ কৰি চোৰে লুটি নিলে নগদ ধন, আ অলংকাৰ সহ বহু মূল্যবান সামগ্ৰী।

কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত
কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত

ঘটনাস্থলীত উপস্থিত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ, ডি.এচ.পি সুধন্য শুক্লবৈদ্য, পাথাৰকান্দি আৰক্ষীৰ বিশাল বাহিনীৰ সমান্তৰালকৈ সীমান্ত সুৰক্ষা বাহিনী । অপেক্ষাৰত অৱস্থাত সকলো ৷ স্নিফাৰ ডগ অহাৰ পিছত আৰম্ভ হ’ব তদন্ত । উল্লেখ্য যে, মন্দিৰত চুৰিৰ ঘটনাই কৰিমগঞ্জত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক:শপত গ্ৰহণৰ বাবে সাজু ৰাজভৱন: অনিশ্চয়তাত শপত লওতাৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.