ETV Bharat / state

দীপাৱলীক কেন্দ্ৰ কৰি ব্যাপক ব্যস্ততা কৰিমগঞ্জৰ মৃৎ শিল্পীসকলৰ - ক'ভিড-19

সমাগত পোহৰৰ উৎসৱ দীপান্বিতা ৷ বিভিন্ন আকৃতিৰ মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত মৃৎ শিল্পীসকল ৷ দীপাৱলীক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷

the-potters-of-karimganj-are-very-busy-focusing-on-diwali
দীপাৱলীক কেন্দ্ৰ কৰি ব্যাপক ব্যস্ত কৰিমগঞ্জৰ মৃৎ শিল্পীসকল
author img

By

Published : Nov 8, 2020, 10:55 AM IST

কৰিমগঞ্জ, 8 নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে বিভিন্ন আকৃতিৰ মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জ জিলাতো ব্যাপক ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷

কৰিমগঞ্জ জিলাৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত অৱস্থিত দত্তপুৰ গাঁৱৰ লোক সকলে দীৰ্ঘ সময়ৰ পৰাই মাটিৰ বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি জীৱন-নিৰ্বাহ কৰি আছে ৷ আনকি, তেওঁলোকে নিৰ্মাণ কৰা সামগ্ৰী অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো ব্যাপক সমাদৰ লাভ কৰিছে ৷

মৃৎ শিল্পীৰ মন্তব্য

বৰ্তমান ক'ভিড-19 ৰ তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰী সমূহে বজাৰ দখল কৰা কৰিবলৈ সক্ষম হোৱা নাই যদিও দীপাৱলীক কেন্দ্ৰ কৰি বজাৰত গ্ৰাহকে ভিন্ন আকৃতিৰ মাটিৰ চাকি বিচাৰিব বুলি আশাবাদী তেওঁলোক ৷

লগতে পঢ়ক : অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা: ৰায়গড় আৰক্ষীৰ আবেদনৰ শুনানি স্থগিত কৰিলে আদালতে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.