ETV Bharat / state

হিমন্তৰ সদম্ভ ঘোষণাঃ 21ত পুনৰ এবাৰ বিজেপিৰে চৰকাৰ গঠন হ'ব অসমত - HIMANTA bishwa Sarma

বড়োলেণ্ডৰ নিৰ্বাচনৰ ফলাফলে আগন্তুক বিধানসভা নিৰ্বাচনত অসমত বিজেপিৰ চৰকাৰ গঠন হোৱাটোকে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে ৷ লগতে অসমে ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈও সক্ষম হ‘ব বুলি মন্তব্য আগবঢ়াই নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

statement-of-himanta-bishwa-sarma
2021ত অসমত পুনৰ এবাৰ বিজেপিৰে চৰকাৰ গঠন হ'বঃ হিমন্ত
author img

By

Published : Dec 24, 2020, 7:59 PM IST

কৰিমগঞ্জ, 24 ডিচেম্বৰ : কৰিমগঞ্জত অনুষ্ঠিত হৈ থকা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত হয় নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান ডাঙি ধৰে ৷ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে ৷

2021ত অসমত পুনৰ এবাৰ বিজেপিৰে চৰকাৰ গঠন হ'বঃ হিমন্ত

সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক এক মাহৰ ভিতৰত 20 হাজাৰ শিক্ষকক নিযুক্তি, 1.72 লাখ মহিলা আত্মসহায়ক গোটক কনকলতা আঁচনি প্ৰদান, চাহ বাগিছাত 1300 খন হাইস্কুল নিৰ্মাণ আদিৰ দৰে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ কথাও ঘোষণা কৰে ৷

বড়োলেণ্ডৰ নিৰ্বাচনৰ শেহতীয়া ফলাফলে আগন্তুক বিধানসভা নিৰ্বাচনত অসমত বিজেপিৰ চৰকাৰ গঠন হোৱাটো পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে বুলি উল্লেখ কৰিলে মন্ত্ৰী ড৹ হিমন্ত বিশ্বই ৷ লগতে অসমে ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈও সক্ষম হ‘ব বুলি মন্তব্য আগবঢ়াই নেডাৰ আহ্বায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: 10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.