ETV Bharat / state

বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ - গুন্দাগিৰি

গোপী কিষাণ ইনফ্ৰাষ্টাকচাৰছ নামৰ এটা সংস্থাৰ দুজন কৰ্মচাৰীক মাৰপিট কৰাৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে। স্থানীয় ৰাইজৰ মতে নন্দী যাদব আৰু গুচলাম আলম নামৰ দুজন কৰ্মচাৰীক মাৰপিট কৰিছিল বিধায়কগৰাকীয়ে

বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে গুন্দাগিৰিৰ অভিযোগ
author img

By

Published : May 15, 2019, 4:44 PM IST

Updated : May 15, 2019, 4:50 PM IST

দক্ষিণ কৰিমগঞ্জ,15 মে': দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে ৰাজপথত গুণ্ডাগিৰি কৰাৰ অভিযোগ ৷ গোপী কিষাণ নামৰ এক সংস্থাৰ দুজন কৰ্মচাৰীয়ে উত্থাপন কৰিছে এই অভিযোগ।

বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে গুন্দাগিৰিৰ অভিযোগ

স্থানীয় ৰাইজৰ মতে নন্দী যাদব আৰু গুচলাম আলম নামৰ দুজন কৰ্মচাৰীক মাৰপিট কৰিছিল বিধায়কগৰাকীয়ে ৷ অভিযোগ অনুসৰি কোম্পানীৰ তালিকাত নাম নথকা এখন গাঁৱত বিদ্যুৎ সংযোগ দিয়াৰ বাবে কোম্পানীটোৰ কৰ্মচাৰীক হেঁচা প্ৰদান কৰিছিল বিধায়কগৰাকীয়ে। বিধায়কৰ কথাত অমান্তি হোৱাৰ ফলতেই বিধায়কে মাৰপিট কৰিছিল বুলি জনায় কৰ্মচাৰী দুগৰাকীয়ে ৷ উল্লেখ্য যে, পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত কৰি জামিনত আছিল বিধায়কজন।

Intro:SLUG : BIDHAYOKOR GUNDAGIRI.

মাৰপিট তথা গুন্ডাগিৰীৰ ঘঠনা সংঘটিত কৰি বাৰে বাৰে সংবাদ শিৰোনাম দখল কৰি আহিছে অসম বিধানসভাৰ এগৰাকী বিধায়কে । এইবাৰ পুনৰ প্ৰকাশ্য ৰাজপথত গুন্ডাগিৰীৰ ঘঠনা সংঘটিত কৰিলে দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানে । গোপী  কিষান ইফ্ৰাকষ্টাকচাৰ নামৰ এটা সংস্থাৰ দুজন কৰ্মচাৰীক আজি  মাৰপিট কৰিলে বিধায়ক আজিজ আহমেদ খানে  ।বিধায়কৰ বিৰুদ্ধে নন্দি যাদব আৰু গুচলাম আলম নামৰ দুজনক মাৰপিটৰ অভিযোগ ।

সংস্থাটোৱে সৌভাগ্য আচনীৰ  গ্ৰামীণ বিদ্যুতীকৰন কাম কৰি আছিল । কৰিমগঞ্জৰ চেৰাগী বজাৰৰ এখন লাইন হোটেলত সংঘটিত হৈছে এই ঘঠনা । অভিযোগ অনুসৰি কোম্পানীৰ  তালিকাত নাম নথকা এখন গাঁওত বিদ্যুত সংযোগ দিয়াৰ বাবে কোম্পানীটোৰ কৰ্মচাৰী ক হেঁচা প্ৰদান কৰি আহিছিল বিধায়ক আজিজ আহমেদ খানে । আৰু কোম্পানীৰ কৰ্মচাৰীয়ে বিধায়কৰ কথা অমান্তি কৰাৰ ফলত তেওঁলোকৰ উপৰত বিধায়কে মাৰপিট কৰিছিল । উল্লেখযোগ্য যেন পূৰ্বতেও অনুৰূপ ঘঠনা সংঘটিত কৰি বিধায়কজন জামিনত আছে । বাৰে বাৰে এগৰাকী আইন সভাৰ সদস্যৰ এনে কান্ডই সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Byte: victim

Amirul Alom siddiquey South karimganj Body:SLUG : BIDHAYOKOR GUNDAGIRI.

Amirul Alom siddiquey South karimganj

DaConclusion:Na
Last Updated : May 15, 2019, 4:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.