কৰিমগঞ্জ,২মাৰ্চ: ত্ৰিপুৰাৰ ধৰ্মনগৰত ৰেল আৰক্ষীৰ ব্যাপক সাফল্য। শুকুৰবাৰে ধৰ্মনগৰত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা । নিয়মিত তালাচীৰ সময়তে আগৰতলা-বাংগালুৰু এক্সপ্ৰেছত ৰে'ল আৰক্ষীয়ে ২৬ কেজি ওজনৰ গাঞ্জা জব্দ কৰে। ইপিনে আৰক্ষীৰ মতে উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় দুই লাখ টকা । অৱশ্যে সাতটা পৃথক পৃথক পেকেটত উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বিপৰীতে কোনো লোককে আটক কৰিব পৰা নাই ৰে'লৱে আৰক্ষীয়ে ।
ত্ৰিপুৰাত গাঞ্জা জব্দ - railway police
আগৰতলা-বাংগালুৰু এক্সপ্ৰেছৰ পৰা ৰে'ল আৰক্ষীৰ তৎপৰতাত জব্দ হয় গাঞ্জাখিনি
জব্দ হোৱা গাঞ্জাখিনি
কৰিমগঞ্জ,২মাৰ্চ: ত্ৰিপুৰাৰ ধৰ্মনগৰত ৰেল আৰক্ষীৰ ব্যাপক সাফল্য। শুকুৰবাৰে ধৰ্মনগৰত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা । নিয়মিত তালাচীৰ সময়তে আগৰতলা-বাংগালুৰু এক্সপ্ৰেছত ৰে'ল আৰক্ষীয়ে ২৬ কেজি ওজনৰ গাঞ্জা জব্দ কৰে। ইপিনে আৰক্ষীৰ মতে উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় দুই লাখ টকা । অৱশ্যে সাতটা পৃথক পৃথক পেকেটত উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বিপৰীতে কোনো লোককে আটক কৰিব পৰা নাই ৰে'লৱে আৰক্ষীয়ে ।
Intro:ত্ৰিপুৰাৰ ধৰ্মনগৰত জব্দ বিপুল পৰিমাণৰ গাঁঞ্জBody:
পুনৰ ত্ৰিপুৰাৰ ধৰ্মনগৰত ৰেল আৰক্ষীৰ ব্যাপক সাফল্য। ৰেল আৰক্ষীৰ অভিযানত জব্দ হৈছে বিপূল পৰিমাণৰ গাঞ্জা । ৰুটিন তল্লাসিত আগৰতলা-বেঙ্গলৰ হামছফৰ এক্সপ্ৰেছত অভিযান চলাই 26 কেজি জব্দ কৰে।জব্দ হোৱা গাঞ্জাৰ মুল্য হব প্ৰায় দুলাখ টকা । সাতখন পৃথক পৃথক পেকেটত আছিল গাঞ্জাখিনি । কিন্তু এই পাঁচাৰকাণ্ডত কোন লোকক আটক কৰিব নোৱাৰে ৰেল আৰক্ষীয়ে।Conclusion:এই বেহাত ত্ৰিপুৰা চৰকাৰ তথা আৰক্ষী এটাৰ পিছত এটা অভিযান অব্যাহত ৰাখিলো নিশা বেহাৰ লগত জড়িত সকলৰ নিয়ন্ত্ৰণ কৰিব পৰানাই।